অসম প্ৰদেশ কংগ্ৰেছৰ কমিটীৰ তৰফৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী-পৰিয়ালে সংঘটিত কৰা কেলেংকাৰীৰ তদন্তৰ দাবীত আজি নতুন দিল্লীত চি বি আইৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়। প্ৰদেশ কংগ্ৰেছৰ হৈ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য্যই চিবিআই ৰ নতুন দিল্লীস্থ কাৰ্যালয়ত উপস্থিত হৈ স্মাৰক পত্ৰ দাখিল কৰে। উল্লেখযোগ্য যে কালি অসম প্ৰদেশ কংগ্ৰেছৰ তিনি শতাধিক নেতা-কৰ্মীয়ে নতুন দিল্লীৰ যন্তৰ মন্তৰত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কলেংকাৰীৰ তদন্তৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
दशहरे मेले में करवाएंगे भव्य रामलीला-आमजन को मिलेगी निशुल्क बस सेवा
नगर निगम कोटा दक्षिण के नेता प्रतिपक्ष एवं मेला समिति अध्यक्ष श्री विवेक राजवंशी ने अवगत कराया कि...
Jaipur में खंडहर में बदला प्राचीन मंदिर, चुनावों से पहले लोगों ने की Gehlot सरकार से खास अपील
Jaipur में खंडहर में बदला प्राचीन मंदिर, चुनावों से पहले लोगों ने की Gehlot सरकार से खास अपील
ભોગાત ગામે જુગાર રમી રહેલા છ શખ્શો ઝડપાયા
ભોગાત ગામે જુગાર રમી રહેલા છ શખ્શો ઝડપાયા
KHNAM, BJP,UDP INC supporters join TMC in Shillong
KHNAM, BJP,UDP INC supporters join TMC