কৰম পূজাৰ দিনাই বাগিচাত আটছা আৰু চাহ শ্ৰমিকৰ প্ৰতিবাদ ৷ কৰম পূজা উপলক্ষে চৰকাৰী বন্ধ দিয়াৰ বিপৰীতে বাগিছা সমূহৰ শ্ৰমিকসকলক দিয়া হৈছে মাধমাৰ । আজিৰ দিনটোত বাগিছাৰ কাম-কাজ বন্ধ কৰাৰ নিৰ্দেশ দিছে যদিও আজি দিনটোৰ পৰিৱৰ্তে কোনো এটা বন্ধ দিনত কাম কৰিব লাগিব শ্ৰমিকসকলে । অন্যথা এটা দিনৰ মজুৰি নাপাব শ্ৰমিকসকলে । সেয়েহে চাহ জনগোষ্ঠীৰ হেঁপাহৰ কৰম পূজা উদযাপনত আনন্দ কৰাৰ পৰিৱৰ্তে কৰিছে প্ৰতিবাদ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
संभाजी भिडेंच पक्षप्रेम;देशप्रेम तर आमच्या हृदयात आमदार प्रणिती शिंदेची घणाघाती
सोलापूर-शिवप्रतिष्ठानचे संस्थापक संभाजी भिडे यांनी केलेल्या वादग्रस्त विधानावर काँग्रेस आमदार हे...
Share Market Today | Top 20 Stocks: बाजार में कौन से स्टॉक्स से बनेगा पैसा? | Business News | CNBC
Share Market Today | Top 20 Stocks: बाजार में कौन से स्टॉक्स से बनेगा पैसा? | Business News | CNBC
राजीव गांधी उर्दू स्कूलमध्ये स्वर्गीय राजीव जी सातव यांच्या द्वितीय जयंती निमित्त शालेय साहित्य वाटप
राजीव गांधी उर्दू स्कूलमध्ये स्वर्गीय राजीव जी सातव यांच्या द्वितीय जयंती निमित्त शालेय साहित्य...
દેવગઢ બારીયા તાલુકાના ડભવા ગામ ખાતે સેવા સેતુ કાર્યક્રમ યોજાયો
દેવગઢ બારીયા તાલુકાના ડભવા ગામ ખાતે સેવા સેતુ કાર્યક્રમ યોજાયો
দৰঙৰ নামখলাত মাদক দ্ৰব্য নিবাৰণী সভা সম্পন্ন
দৰঙৰ নামখলাত মাদক দ্ৰব্য নিবাৰণী সভা সম্পন্ন
নামখলা গাওঁ পঞ্চায়তৰ অন্তৰ্গত এলেকা...