অসমৰ শক্তিখণ্ডলৈ ১৯৬৫ চনৰ পৰা অৰিহণা যোগোৱা তথা "গেছ হেৰিটেজ অৱ ইণ্ডিয়া" নামেৰে খ্যাত "নামৰূপ থাৰ্মেল পাৱাৰ ষ্টেচন" আৰু অসমৰ শক্তিখণ্ডত ১৬৭ মেগাৱট বিদ্যুতৰ বৰঙণি যোগোৱা "লাকুৱা থাৰ্মেল পাৱাৰ ষ্টেচন" আজি অসম শক্তি উৎপাদন নিগমৰ সঞ্চালক অনুপ সিং ৰাজপুৰোহিতে পৰিদৰ্শন কৰে । পৰিদৰ্শন কালত সঞ্চালক গৰাকীয়ে দুয়োটা পাৱাৰ ষ্টেচনৰ কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত বুজ লয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Indian Automakers ने साल 2023 में बेची 41 लाख से अधिक कारें, Maruti Suzuki रही नंबर-1
Maruti Suzuki ने पिछले कैलेंडर वर्ष में 2 मिलियन से अधिक यूनिट के साथ अप्रत्याशित रूप से नेतृत्व...
વડોદરા ના જિલ્લાના ડેસર તાલુકાના સામૂહિક આરોગ્ય કેન્દ્ર ખાતે આયુષ્યમાન ભવ કાર્યક્રમ યોજવામાં આવ્યો.
વડોદરા ના જિલ્લાના ડેસર તાલુકાના સામૂહિક આરોગ્ય કેન્દ્ર ખાતે આયુષ્યમાન ભવ કાર્યક્રમ યોજવામાં...
চিলাপথাৰত দুটা দিনে নিৰদ্দেশ ১৩ বছৰীয়া কিশোৰ, চিলাপথাৰ আৰক্ষীৰ কাষ চাপিল পৰিয়ালৰ
চিলাপথাৰত দুটা দিনে নিৰদ্দেশ ১৩ বছৰীয়া কিশোৰ, চিলাপথাৰ আৰক্ষীৰ কাষ চাপিল পৰিয়ালৰ
চিলাপথাৰৰ...
સુરેન્દ્રનગરની એસઓજી પોલીસે છળકપટથી કે ચોરીથી મેળવેલા તાંબા પિત્તળના વાસણો સાથે શકમંદ શખ્સને ઝડપી પાડ્યો
સુરેન્દ્રનગરની એસઓજી પોલીસે છળકપટથી કે ચોરીથી મેળવેલા તાંબા પિત્તળના વાસણો સાથે શકમંદ શખ્સને ઝડપી...