পাথৰিঘাট শাখা সাহিত্য সভাই ৬১ সংখ্যক শিক্ষক দিৱসৰ লগত সংগতি ৰাখি ঐতিহাসিক পাথৰিঘাটৰ ছয়গৰাকীকৈ অৱসৰী শিক্ষকক সম্বৰ্দ্ধনা জ্ঞাপন কৰে । পাথৰিঘাট শাখা সাহিত্য সভাৰ সম্পাদক কণআলি হাজৰিকাৰ নেতৃত্বত যোৱা এটি প্ৰতিনিধিৰ দলে পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কুলেন্দ্ৰ নাথ ডেকা, পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ চফিকুৰ ৰহমান, অৱসৰপ্ৰাপ্ত শিক্ষক জানিৰাম ডেকা, হাদিচ আলি, চমছুদ্দিন আহমেদ আৰু মানিক চন্দ্ৰ ডেকাৰ বাসগৃহলৈ গৈ ফুলাম গামোচা, মানপত্ৰ, গ্ৰন্থ আৰু কলমেৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  Pranab Mukherjee: आज ही के दिन भारत के 13वें राष्ट्रपति चुने गए थे 'प्रणब दा', नाम पर दर्ज है यह खास उपलब्धि 
 
                      Pranab Mukherjee: 22 जुलाई 2012... इसी दिन कांग्रेस के वरिष्ठ नेता और कई बार केंद्रीय मंत्री...
                  
   यवतमाळ जिल्हयात पावसाचे अक्षरशः थैमान #raftaarmedia 
 
                      यवतमाळ जिल्हयात पावसाचे अक्षरशः थैमान #raftaarmedia
                  
   સુરતના કતારગામમાં બે માળનું એમ્બ્રોડરીનું કારખાનુ પત્તાના મહેલની જેમ ધરાસાયી  
 
                      સુરતમાં કતારગામ જીઆઇડીસીમાં બે માળની બિલ્ડિંગ તૂટી પડતા અફરા તફરીનો માહોલ સર્જાયો હતો....
                  
   
  
  
   
  
  