আহোম জাতিক মুৰ্দাবাদ ধ্বনি দিয়াৰ অভিযোগ। পাটসাঁকোত আটাছুৰ চৰাইদেউ জিলা সমিতি আৰু পাটসাঁকো আঞ্চলিক সমিতিয়ে আঙুৰলতা ডেকাৰ লগতে কেইবাজনো বিজেপি নেতাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।