দিপীলাৰ ঐতিহাসিক খটৰা সত্ৰত “সাম্প্ৰতিক পৰিস্থিতিত অন্যান্য পিচপৰা শ্ৰেণীৰ বৰ্ত্তমান আৰু ভৱিষ্যত” সন্দৰ্ভত প্ৰতিনিধিত্বমূলক সভা এখন অনুষ্ঠিত হয় ৷ অন্যান্য পিচপৰা শ্ৰেণীৰ দৰং, ওদালগুৰি,বাস্কা, ধুবুৰী , কামৰূপ গ্ৰাম্য আদি কেইবাখনো জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাখন সঞ্চালনা কৰে যতীন চৌধুৰীয়ে ৷ আদিবাসী, নেপালী, বেংগলী, নুনীয়াৰ প্ৰতিনিধিয়ে অংশ কৰা সভাত অন্যান্য পিচপৰা শ্ৰেণীৰ লোকসকলক একত্ৰিত কৰি মূলতঃ আৰ্থ-সামাজিক আৰু শৈক্ষিক ক্ষেত্ৰত কাম কৰাৰ লক্ষ্যৰে সদৌ অসম অন্যান্য পিচপৰা শ্ৰেণী গঠণৰ পোষকতা কৰে ৷ এই উদ্দেশ্যে দুলাল ডেকা, বীৰেণ নাথ আৰু অৰূপ নাথক মুখ্য আহ্বায়ক হিচাপে লৈ এখন শক্তিশালী আহ্বায়ক সমিতিও গঠন কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
"झारखंड समेत जिन भी सीटों पर भी हुई कांग्रेस की जीत, उसका स्पष्टीकरण दे पार्टी", जानिए गजेंद्र शेखावत ने क्यों कही ये बात
केंद्रीय संस्कृति एवं पर्यटन मंत्री गजेंद्र सिंह शेखावत ने राजस्थान सरकार के लाए जा रहे धर्मांतरण...
Vivo V30 Series लॉन्च से पहले हुई टीज, Flipkart पर बिक्री के लिए होगी उपलब्ध
Vivo V30 Series को लॉन्च से पहले ई-कॉमर्स साइट फ्लिपकार्ट पर टीज किया गया है। इससे पता चलता है कि...
હદપારી થયેલ વધુ એક શખ્સને પકડી પાડતી એસ.ઓ જી સુરેન્દ્રનગર
સુરેન્દ્રનગર જિલ્લા પોલીસ અધિક્ષક હરેશ દુધાતની સુચના મુજબ સુરેન્દ્રનગર જીલ્લામાં હદપારી થયેલ...
Meghalaya DGP walks through Shillong,interacts with young and old
Meghalaya DGP walks through Mawlai,interacts with young and old