মহান দাৰ্শনিক , পণ্ডিত ভাৰতবৰ্ষৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱৰ জন্মজয়ন্তী শিক্ষাক দিৱস হিচাপে সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে , ব্যতিক্ৰম নহয় গোলাঘাটৰ অসমীয়া মাধ্যমৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান জাতীয় বিদ্যালয় ৰঙাজানো । আজি ছাত্ৰ-ছাত্ৰীসকলে বৰ্ণাঢ্য কাৰ্যসূচীৰে বিদ্যালয়খনত শিক্ষক দিৱসৰ আয়োজন কৰিছে । পুৱা সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে মহান দাৰ্শনিক পণ্ডিত গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিদ্যালয় খনৰ অধ্যক্ষ ব্ৰজেন গগৈয়ে । ইয়াৰ পিছতে বৃক্ষৰোপণ, ছাত্ৰ-ছাত্ৰীসকলৰদ্বাৰা বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপনৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় । ছাত্ৰ-ছাত্ৰীসকলৰদ্বাৰা বিদ্যালয় সঙ্গীত পৰিৱেশনেৰে পৰৱৰ্তী কাৰ্যসূচীসমূহ আৰম্ভ হয় । ছাত্ৰ-ছাত্ৰীসকলে নৃত্য , গীত পৰিৱেশনেৰে সুন্দৰ সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰে । উক্ত অনুষ্ঠানতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰঙী আঞ্চলিকৰ বিষয়ববীয়া উপস্থিত হৈ শিক্ষক দিৱসৰ পৱিত্ৰ দিনটোত বিদ্যালয়খনৰ অধ্যক্ষ ব্ৰজেন গগৈ আৰু বিদ্যালয়খনৰ স্বত্বাধিকাৰী তথা কৃতি শিক্ষক দ্ৰোণকান্ত গগৈক সম্বৰ্ধনা জনায় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
World's First AI Dress: गूगल की सॉफ्टवेयर इंजीनियर ने बनाया एक अनोखा एआई ड्रेस, 3D प्रिंट वाला सांप सिर हिलाता आएगा नजर
गूगल की सॉफ्टवेयर इंजीनियर क्रिस्टीना (Christina Ernst) ने अपने इंस्टाग्राम हैंडल पर एक वीडियो...
ડીસામાં થૂંકવા બાબતે મારામારી સર્જાતાં એક યુવક ઘાયલ
ડીસાના વેલુનગરમાં થૂંકવા બાબત જેવી સામાન્ય બાબતમાં ઝઘડો થતાં એક વ્યક્તિને ગંભીર ઇજાઓ થઇ હતી....
Yoga: हठयोग | Hatha Yoga | अश्व संचालनासन | Ashwa Sanchalanasana | चंद्रासन | Chandrasan | पर्वतासन
Yoga Time, हठयोग, Hatha Yoga, अश्व संचालनासन, Ashwa Sanchalanasana, चंद्रासन, Chandrasan,...
વડોદરા સાવલીમાં મોક્સી ગામથી ફેક્ટરીમાં થી અંદાજે રૂ.૧૧૨૫ કરોડ નો M.D ડ્રગ્સનો જથ્થો ATS ટીમે પકડયો.
વડોદરા સાવલીમાં મોક્સી ગામથી ફેક્ટરીમાં થી અંદાજે રૂ.૧૧૨૫ કરોડ નો M.D ડ્રગ્સનો જથ્થો ગુજરાત ATS...
OLX application web पर QR कोड द्वारा धोकाधडी करने वाले एक मुजलिमको सायबर क्राइम अहमदाबाद टिमने दबोचा
OLX application web पर QR कोड द्वारा धोकाधडी करने वाले एक मुजलिमको सायबर क्राइम अहमदाबाद टिमने दबोचा