অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰবস্থাৰ বাবেই দেশৰ আগশাৰীৰ চিত্ৰশিল্পী দুৰ্ঘটনাগ্ৰস্ত। ডিব্ৰুগড় জিলাৰ মৰাণত চিত্ৰকলা জগতৰ আগশাৰীৰ চিত্ৰশিল্পী ৰবীন বৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। নিজা প্ৰজেক্টৰ কামত মৰানৰ ৰাষ্ট্ৰীয় ঘাইপথেদি এখন স্কুটিলৈ আহি থকাৰ অৱস্থাতে এই ঘটনাৰ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। বৰ্তমান বিশিষ্ট চিত্ৰশিল্পীগৰাকী ডিব্ৰুগড় চহৰৰ সঞ্জীৱনী হস্পিতালত ২১১নম্বৰৰ কোঠাত চিকিৎসাধীন হৈ আছে। মূৰৰ লগতে শৰীৰৰ কেইবাটাও অংশত আঘাতপ্ৰাপ্ত হৈছে চিত্ৰশিল্পীগৰাকী। চিত্ৰশিল্পীগৰাকী আশু আৰোগ্য কামনা কৰিছে অসমৰ চিত্ৰশিল্প সমাজে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
পশ্চিম দৰঙৰ বোনমাঝা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰনি সভা আৰু বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা
দৰং জিলাৰ বিষ্ণুপুৰৰ বোনমাঝা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নবাগত আদৰনি সভাখন আজি দিনজোৰা কায্যসূচীৰে...
બનાસકાંઠા જિલ્લાના મુડેઠા ગામે અશ્વ દોડ કાર્યક્રમ યોજાયો છેલ્લા 750 વર્ષ થી આ કાર્યક્રમ યોજાય છે
બનાસકાંઠા જિલ્લાના મુડેઠા ગામે અશ્વ દોડ કાર્યક્રમ યોજાયો છેલ્લા 750 વર્ષ થી આ કાર્યક્રમ યોજાય છે
દાહોદ જિલ્લાના તમામ તાલુકાઓમાં પીએમ પોષણ યોજના હેઠળ...
દાહોદ જિલ્લામાં પીએમ પોષણ(મધ્યાહન ભોજન) યોજના અંતર્ગત વિવિધ કઠોળ/ધાન્સ(મીલેટ) આધારિત વાનગીઓની...
Q4 Update News: Q4 में कैसा रहेगा निफ्टी कंपनियों का प्रदर्शन, Q4 में कौन से सेक्टर्स चमकेंगे?
Q4 Update News: Q4 में कैसा रहेगा निफ्टी कंपनियों का प्रदर्शन, Q4 में कौन से सेक्टर्स चमकेंगे?
મધમાખીનો ઉછેર કરી ગેળા ગામનો એક ખેડૂત વર્ષે કરે છે 20 લાખની કમાણી એ પણ કોઈ વધારાના ખર્ચ વગર
મધમાખીનો ઉછેર કરી ગેળા ગામનો એક ખેડૂત વર્ષે કરે છે 20 લાખની કમાણી એ પણ કોઈ વધારાના ખર્ચ વગર