বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত বৰিতোলা কীৰ্তনঘৰ প্ৰাংগনত অহা চাৰি আৰু পাচ অক্টোবৰত দুদিনীয়াকৈ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ ৫৭৪ তম জন্ম মহোৎসৱৰ আয়োজন কৰিছে৷তদুপলক্ষে পহিলাদিনাৰ সকলো কাৰ্য্যসূচীৰ লগতে দ্বিতীয় দিনা আবেলি ওজাঁপালি প্ৰদৰ্শন,সন্ধিয়া গোপাল আতা থিয় নাম দল(ভৱানীপূৰ)ৰ থিয় নাম প্ৰদৰ্শন৷মহোৎসৱৰ সকলো কাৰ্য্যসূচীতে ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে মহোৎসৱ উদযাপন সমিতিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শৰাইঘাটৰ শেষ ৰণলৈ নেকি? উদণ্ড তিৰংগা যাত্ৰীৰ অৱস্থা চাওঁক।
তিৰংগা যাত্ৰা একাংশৰ বাবে আছিল ফুৰ্টি। হৃদয়ত নাই দেশপ্ৰেম, দেশভক্তি। উদণ্ড তিৰংগা যাত্ৰীৰ শেষ...
খুৰাকে পলুৱাই নিলে ভতিজা বোৱাৰীকঃ আক্ৰমনত গুৰুতৰভাবে আহত এজন
ৰূপহীহাটৰ মাগুৰমাৰীত খুৰা-ভতিজা বোৱাৰীৰ পৱিত্ৰ সম্পৰ্কত কালিমা সানিলে তালিব...
डेंगू आजार रोखण्यासाठी पालिका प्रशासनाने त्वरित उपाययोजना कराव्यात - राम पातकर यांची मागणी
डेंगू आजार रोखण्यासाठी पालिका प्रशासनाने त्वरित उपाययोजना कराव्यात - राम पातकर यांची मागणी
#Dahod | મહિલા નેતૃત્વ દિવસ નિમિત્તે પશુ પાલન માર્ગદર્શન શિક્ષણ શિબિર યોજાઈ | Divyang News
#Dahod | મહિલા નેતૃત્વ દિવસ નિમિત્તે પશુ પાલન માર્ગદર્શન શિક્ષણ શિબિર યોજાઈ | Divyang News
हमास हमले और IMEC कॉरिडोर वाले बाइडन के बयान पर व्हाइट हाउस की सफाई, कहा- आपने उनको गलत समझा
वाशिंगटन। हमास-इजरायल युद्ध को लेकर अमेरिकी राष्ट्रपति जो बाइडन के बयान को लेकर चल रही...