দিনৰ পোৰতে ৰাস্তাই ৰাস্তাই গমন দুটাকৈ গজৰাজৰ। দৃশ্য গোৱালপাৰাৰ দহিকটা কদমতোলাৰ। খাদ্যৰ সন্ধানত নিশা জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকৰ এটা হাতী গাঁত এটাত পৰি যায় আৰু সৰু হাতীটোৰ গাঁতৰ পৰা উঠাবলৈ ওৰে নিশা চেষ্টা চলাই অৱশেষত দিনত ডাঙৰ হাতী এটাই গাঁতৰ পৰা উঠাই পুনৰ বনাঞ্চললৈ ৰাওঁনা হয়। জনাঞ্চলৰ পৰা বনাঞ্চললৈ যোৱাৰ সময়ত গাঁৱখনৰ ৰাস্তাই ৰাস্তাই এনেদৰে গমন কৰে হাতী দুটাই। মোবাইল কেমেৰাত বন্দী হ’ল সমগ্ৰ দৃশ্য। গাঁৱখনৰ মাজেৰে হাতী দুটা যোৱাৰ সময়ত এটা বাসগৃহ আৰু এখন বাইকও ক্ষতিগ্ৰস্ত কৰে ৷ উক্ত অঞ্চলটোত এতিয়া এনেবোৰ দৃশ্য প্ৰায়ে দেখিবলৈ পোৱা যায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વડોદરા શહેર ક્રાઈમ બ્રાન્ચે બાજવાડા ખાતે મકાનમાં ચોરી કરનારા આરોપીઓને ઝડપી પાડ્યા
વડોદરા શહેર ક્રાઈમ બ્રાન્ચે બાજવાડા ખાતે મકાનમાં ચોરી કરનારા આરોપીઓને ઝડપી પાડ્યા
रायमोह महसूल मंडळाला इतराप्रमाणे पीकविमा मिळावा-शिवसंग्राम@news23marathi
रायमोह महसूल मंडळाला इतराप्रमाणे पीकविमा मिळावा-शिवसंग्राम@news23marathi
भिडे गुरुजी बाबत आ.प्रणिती शिंदे यांच वक्तव्य
भिडे गुरुजी बाबत आ.प्रणिती शिंदे यांच वक्तव्य
নুহ হিংসা: আৰক্ষীৰ এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ২ অভিযুক্ত;
বন্দুক, মটৰ চাইকেল জব্দ
নুহ হিংসাৰ অভিযুক্ত মুনফেদ আৰু ছাইকুলক বৃহস্পতিবাৰে হাৰিয়ানা জিলাৰ টাউডু চহৰৰ ছিলখো গাঁৱৰ পৰা...