গোলাঘাটত গেলামালৰ দোকানৰ আঁৰত নিষিদ্ধ ভাং আৰু অবৈধ সুৰাৰ ব্যবসায় 

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

বেগেনাখোৱাত নিষিদ্ধ ভাং ব্যৱসায়ীৰ বিৰুদ্ধে সৰব স্থানীয় ৰাইজ

ভাং ক্ৰয় কৰা যুৱকক 

হাতেলোটে ধৰা পেলায় গতালে আৰক্ষীক

##ড্ৰাগছৰ সমান্তৰালকৈ গোলাঘাটত এতিয়া মণিপুৰী ভাংৰ ৰমৰমীয়া ব্যৱসায়। দেওবাৰে গোলাঘাটৰ বেগেনাখোৱাৰ এখন দোকানৰ পৰা ভাং ক্ৰয় কৰা যুৱকক স্থানীয় ৰাইজে 

হাতেলোটে ধৰি আৰক্ষীক গতাই দিয়ে। স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি জনাই যে ভাং ব্যৱসায়ী বিনন্দ বৰাই দীৰ্ঘদিন ধৰি এই অঞ্চলত ভাং আৰু অবৈধ সুৰাৰ ব্যৱসায় চলাই সমগ্র অঞ্চলৰ পৰিবেশ বিনষ্ট কৰাৰ লগতে যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও আৰক্ষীয়ে অভিযুক্ত বিনন্দ বৰাৰ ঘৰৰ পৰা বৃহৎ পৰিমাণত মণিপুৰী 

জব্দ কৰিছিল।