ডাঃ গাপেন্দ্র মাহেন দাসৰ শিৱম ক্ৰিয়েচনৰ প্ৰয়াজেনাত একাদিক্রমে ‘কেকটাচ' আৰু 'কানীন' নামৰ দুখন চলচ্চিত্ৰ নিৰ্মাণৰ পাছত, বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ এটি চুটি গল্পৰ আধাৰত যুৱ পৰিচালক মঞ্জুল বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত ‘অনুৰ' ছবিখন সম্প্ৰতি মুক্তিৰ বাবে সাজু হৈছে। মূলতঃ বৃদ্ধাৱস্থাত একাংশ পিতৃ - মাতৃয়ে নিজৰ সন্তান থকাৰ পাছতো কেনেদৰে নিসংগ হৈ পৰে আৰু সেই শোক-সন্তাপবোৰ কেনেদৰে অবদমন কৰি থাকিবলগীয়া হয় তাকেই মূল বিষয়বস্তু হিচাপে লৈ ছবিখনিৰ চিত্ৰনাট্য-সংলাপ লিখিছে পৰিচালক মঞ্জুল বৰুৱাই। চিনেমাটোগ্ৰাফী সুমন দুৱৰাৰ। সংগীত পৰিচালনা কৰিছে জনপ্রিয় শিল্পী তৰালী শৰ্মাই। ছাউণ্ড ডিজাইন কৰিছে অমৃত প্রীতমে। সাজসজ্জা গৰিমা শইকীয়া গাৰ্গৰ । মেকআপ আর্টিষ্ট তীব্রজ্যোতি বৈৰাগী। ছবিখনি সম্পাদনা কৰিছে টুৱেনচাঙে। ৰি-ৰেকৰ্ডিং আৰু মিক্সিং কৰিছে দেবাজিৎ চাংমাইয়ে। পোষ্টাৰ ডিজাইন কৰিছে ৰিতুপৰ্ণ বৰাই। 'অনুৰ’ত অভিনয় কৰিছে ক্ৰমে— বলীউডৰ জনপ্ৰিয় শিল্পী ৰজত কাপুৰ, ড° জাহানাৰা বেগম, বলোৰাম দাস, উদয়ন দুৱৰা, ৰাজশ্ৰী শৰ্মা, বিদ্যা ভাৰতী, বিভূতি ভূষণ হাজৰিকা, মানস দাস, ড° জয়ন্ত দাস, আখ্যা জে. কাশ্যপ, ময়ূৰ জি. দাস, শ্রুতিমালা শইকীয়া, কুল কুলদীপ, ৰয়ন্তী ৰাভা, মিতু বি. কাশ্যপ, দ্রুপদ দাস, অঞ্জনাভ ৰাজখোৱা আদিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
देवेंद्रनगर और गुन्नौर में चोरों के हौंसले मस्त , पुलिस व्यवस्था ध्वस्त।
एटीएम बदल कर चोरी करने वाला गिरोह हुआ सक्रिय,रात के अंधेरे में लाद ले गए 20 बोरी बटरी
पन्ना-इन दिनों पन्ना जिले की पुलिस व्यवस्था डगमगाती हुई दिखाई दे रही है।जहां एक...
લાલજીભાઈ પટેલ - પૂર્વ ચેરમેન, ધી ખેતીવાડી ઉત્પન્ન બજાર સમિતિ - ભાભર II B1 NEWS II #b1diwali
લાલજીભાઈ પટેલ - પૂર્વ ચેરમેન, ધી ખેતીવાડી ઉત્પન્ન બજાર સમિતિ - ભાભર II B1 NEWS II #b1diwali
PM has scripted a historic chapter for J&K by granting ST status to Paharis : Chugh
BJP national general secretary Tarun Chugh who is also party incharge of J&K has called the...
મારામારીના કેસનો નાસતો ફરતો આરોપી ઝડપાયો
નાના અંકેવાળીયા ગામે મારામારી થઇ હતી. આ કેસનાં આરોપીને લખતર પોલીસ દ્વારા ઝડપી પાડી કાયદેસરની...
ગુજરાત કોંગ્રેસ દ્વારા મોંઘવારી મુદ્દે ગુજરાત બંધનું એલાન
#buletinindia #gujarat #patan