ডিব্ৰুগড় জিলাৰ মৰাণ পাথালিবাম চাহ বাগিচাৰ যুৱক বিক্ৰম খাৰিয়া আত্মহত্যাই এক চাঞ্চল্যৰ সৃষ্টি কৰে। ২৫ বছৰীয়া বিক্ৰমক লগে লগে মৰাণ মেডিকেল চেন্টাৰ অনা হয়।
Sponsored
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं
চিকিৎসকে খাৰিয়াক মৃত বুলি ঘোষণা কৰে। বিক্ৰম খাদিয়াই কি কাৰণত আত্মহত্যা কৰে। সেয়া এতিয়া লৈকে জানিব পৰা হোৱা নাই। মৰাণ আৰক্ষীয়ে চিকিৎসালয়ৰ পৰা মৃতদেহটো নিজৰ জিমাত লয়।
মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হ'ব।