আজি ডিব্ৰুগড় জিলা বৰবৰুৱাত মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত ১৫ দিনীয়া ফুটবল প্ৰশিক্ষণৰ শিবিৰ শুভাৰম্ভ কৰা হয়। সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক বিতুপন দুৱাৰাই আঁত ধৰা অনুষ্ঠানত বৰবৰুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোপীনাথ দত্তই প্ৰশিক্ষণ শিবিৰটো শুভ উদ্বোধন কৰে। জানিব পৰামতে ১৫ দিনীয়া ফুটবল প্ৰশিক্ষণ সম্পূৰ্ণ বিনামূলীয়াকৈ হ'ব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Digestion Improving Tips: जानें पाचन को दुरुस्त करने के 3 आसान राज़
पाचन से जुड़ी दिक्कतें बेहद आम हैं। हर दूसरा व्यक्ति किसी न किसी तरह की पाचन की समस्या से जूझ रहा...
ढाकेफळ येथील मागासवर्गीय बौद्ध समाजाच्या स्मशानभूमीसाठी केज तहसीलदार यांना निवेदन.
केज (प्रतिनिधी) दि. २३ रोजी केज येथील तहसिलदार यांना ढाकेफळ येथील मागासवर्गीय बौद्ध समाजाच्या...
অসম সাহিত্য সভাৰ বাৰহপূজীয়া একাদশ বিশেষ বাৰ্ষিক অধিবেশন৩১ জানুৱাৰী ৰ পৰা।২ ফেব্ৰুৱাৰীত বাৰেৰহনীয়া সাংস্কৃতিক শুভাযাত্ৰা।
ৰহা পৰা প্ৰায় ৭কিলোমিটৰ দুৰত স্থিত তথা মৰিগাঁও জিলা অন্তৰ্গত বাৰহপূজীয়া ত অহা ৩১ জানুৱাৰীৰ পৰা...
তিনিচুকীয়াৰ মানৱ কল্যাণ পথৰ পৰ্বতীয়াত তিনিচুকীয়া পৌৰসভাৰ উচ্ছেদ অভিযান
তিনিচুকীয়াৰ মানৱ কল্যাণ পথৰ পৰ্বতীয়াত তিনিচুকীয়া পৌৰসভাৰ উচ্ছেদ অভিযান
मोदी सरकार के सबसे पावरफुल मंत्री राजनाथ सिंह की बिगड़ी तबियत
स्वास्थ्य खराब होने के चलते रक्षा मंत्री राजनाथ सिंह को अखिल भारतीय आयुर्विज्ञान संस्थान (एम्स)...