দেশৰ ভিতৰতে দ্বিতীয় আৰু ৰাজ্যৰ ভিতৰত প্ৰথম শ্ৰেষ্ঠ থানাৰ সন্মান লাভ কৰা দেৰগাওঁ আৰক্ষী থানাক সম্বৰ্ধনা জ্ঞাপন কৰে দেৰগাওঁ পৌৰসভাই । পৌৰসভাৰ কাৰ্যলয়ত অনুষ্ঠিত এক অনুষ্ঠানত দেৰগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ময়ূৰজিত গগৈকে আদি কৰি আন আৰক্ষী সকলক ফুলাম গামোচাৰে সম্ভাষণ জনোৱাৰ লগতে সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে । এই অনুষ্ঠানত উপস্থিত থাকে পৌৰনেত্ৰী ৰূপাঞ্জলী বৰাকে আদি কৰি আন কেইবাজনো লোক ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
টাওকাক পঞ্চায়তৰ খামলুঙত ৰাজহুৱা সাংস্কৃতিক কেন্দ্ৰ উদ্বোধন
টাওকাক গাঁও পঞ্চায়তৰ অন্তৰ্গত খামলুংত আজি বিধায়ক এলেকা উন্নয়ন পুঁজিৰ অধীনত প্ৰায় দুই লাখ টকাৰ...
ઘરેથી ચાલ્યા ગયેલ બાળકને શોધીને તેના પરિવાર સાથે સુખદ મિલન કરાવતી લીંબડી પોલીસ
ગત તા. 1/10ના સવારના નવેક વાગ્યાના સમયે આ કામેના ગુમ થનાર બાળક આકાશભાઇ મનસુખભાઇ ચાવડા પોતાના...
'अमित शाह को बनाया जाए प्रधानमंत्री', मणिपुर हिंसा को लेकर टीएस सिंह देव ने आखिर ऐसा क्यों कहा?
रायपुर, मणिपुर हिंसा को लेकर देशभर में राजेताओं द्वारा टिप्पणी की जा रही है। साल के अंत में...
Karnataka Election 2023: 1988 के बाद केवल एक CM ने पूरा किया पांच साल का कार्यकाल, चार बार लगा राष्ट्रपति शासन
नई दिल्ली, अच्युत कुमार द्विवेदी। Karnataka Assembly Election 2023: कर्नाटक में साल...
Brain Dead મહિલા ના અંગદાન કરવામાં આવ્યા
Brain Dead મહિલા ના અંગદાન કરવામાં આવ્યા