থাইলেণ্ডত আয়োজিত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেললৈ ৰাওনা মন্ত্ৰী যোগেন মহন। থাইলেণ্ডত অৱস্থিত ভাৰতীয় দোতাবাসৰ উদ্যোগত থাইলেণ্ডৰ ৰাজধানী বেংককত অনুষ্ঠিত হৈছে এই ফেষ্টিভেল।