ছাত্ৰ-ছাত্ৰী কম থকাৰ বাবে শিক্ষা বিভাগে ৰাজ্যৰ বহু বিদ্যালয় বন্ধ কৰি আন বিদ্যালয়ৰ সৈতে ইতিমধ্যে সংলগ্ন কৰি দিছে । দেৰগাৱঁৰ টেকেলা বৰুৱা গাৱঁৰ গোপাল বৰা প্ৰাথমিক বিদ্যালয় খনো অঞ্চলটোৰ অন্য এখন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰি বন্ধ কৰি দিয়া হৈছে । পিছে শিক্ষা বিভাগৰ এই সিদ্ধান্তত সন্তুষ্ট নহয় অঞ্চলবাসী । ৰাইজে নিজৰ প্ৰচেষ্টাৰে বিদ্যালয় খনত পাঠদান কৰিছে ছাত্ৰ ছাত্ৰীক । চৰকাৰী শিক্ষকৰ অনুপস্থিতিত স্থানীয় শিক্ষিত যুৱতীয়ে শিক্ষাদান কৰিছে বিদ্যালয় খনত । গাৱঁৰ এশ ঘৰ লোকে যোগান ধৰিছে মধ্যাহ্ন ভোজনো । ৰাইজৰ স্পষ্ট মত কোনো কাৰণতেই বন্ধ হ'বলৈ দিয়া নহয় এইখন বিদ্যালয়
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
શાક માર્કેટના દબાણો દૂર કરાયા
#buletinindia #gujarat #dahegam
দলগাঁওৰ দুলিয়াপাৰা On Duty বিষয়াক শাৰীৰিক ভাবে আক্ৰমণ
দৰং ৰ দলগাওঁ আৰক্ষী থানা ৰ দুলিয়াপাৰা গাঁও ত চৰকাৰী মাটি NRL বিষয়া ক বুজাব লৈ যোৱা ত দলগাওঁ...
માલધારી સમાજ દ્વારા આજે ૨૧મીએ દૂધ હડતાળથી અનેક લોકો દૂધ વગર અટવાયા
રાજ્યમાં માલધારી સમાજ દ્વારા સરકાર સામે આંદોલનના ભાગરૂપે ગાંધીનગરના શેરથામાં રવિવારે યોજાયેલા...
ડીસામાં 15 વર્ષથી હત્યાના કેસનો ફરાર આરોપીને પોલીસે ઝડપ્યો
ડીસામાં હત્યાના ગુનામાં સજા ભોગવતા પેરોલ પર રજા મેળવી 15 વર્ષથી નાસ્તા ફરતા આરોપીને પોલીસે ઝડપી...