ছাত্ৰ-ছাত্ৰী কম থকাৰ বাবে শিক্ষা বিভাগে ৰাজ্যৰ বহু বিদ্যালয় বন্ধ কৰি আন বিদ্যালয়ৰ সৈতে ইতিমধ্যে সংলগ্ন কৰি দিছে । দেৰগাৱঁৰ টেকেলা বৰুৱা গাৱঁৰ গোপাল বৰা প্ৰাথমিক বিদ্যালয় খনো অঞ্চলটোৰ অন্য এখন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰি বন্ধ কৰি দিয়া হৈছে । পিছে শিক্ষা বিভাগৰ এই সিদ্ধান্তত সন্তুষ্ট নহয় অঞ্চলবাসী । ৰাইজে নিজৰ প্ৰচেষ্টাৰে বিদ্যালয় খনত পাঠদান কৰিছে ছাত্ৰ ছাত্ৰীক । চৰকাৰী শিক্ষকৰ অনুপস্থিতিত স্থানীয় শিক্ষিত যুৱতীয়ে শিক্ষাদান কৰিছে বিদ্যালয় খনত । গাৱঁৰ এশ ঘৰ লোকে যোগান ধৰিছে মধ্যাহ্ন ভোজনো । ৰাইজৰ স্পষ্ট মত কোনো কাৰণতেই বন্ধ হ'বলৈ দিয়া নহয় এইখন বিদ্যালয়
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
পথৰ কাষত থকা খুঁটাত প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনৰ, মৃত্যু পাঁচজন লোকৰ
হিমাচল প্ৰদেশৰ উনা জিলাত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা। শনিবাৰে গভীৰ নিশা এখন গাড়ীয়ে পথৰ কাষত...
ધંધુકા પો.સ્ટે.ના ગુન્હામાં સંડોવાયેલ સનાળી ગામના કિશોર વાઘેલા ને પકડી પાડતી અમરેલી L.C.B. ટિમ.
અમદાવાદ જિલ્લાના ધંધુકા પોલીસ સ્ટેશનના ગુનામાં નાસતા ફરતા આરોપીને પકડી પાડતી અમરેલી એલ.સી.બી. ટીમ...
पानी छोड़ने पर बवाल, चीन ने धमकी दी, दुनियाभर में हड़कंप क्यों मचा? Japan| Jinping | Duniyadari E911
पानी छोड़ने पर बवाल, चीन ने धमकी दी, दुनियाभर में हड़कंप क्यों मचा? Japan| Jinping | Duniyadari E911
સાવરકુંડલા ખાતે સંત શિરોમણી વેલનાથબાપુના મંદિરે માતાજીનો નવરંગ માંડવો, બટુક ઉનાવા દ્વારા આયોજન...
સાવરકુંડલા ખાતે સંત શિરોમણી વેલનાથબાપુના મંદિરે માતાજીનો નવરંગ માંડવો, બટુક ઉનાવા દ્વારા આયોજન...