শোনিতপুৰৰ চাৰিদুৱাৰত ফুটবল প্ৰতিযোগীতা। আজাদী কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি চাৰিদুৱাৰ বিজেপি মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত আজি আয়োজন কৰা হৈছে এক ফুটবল প্ৰতিযোগীতাৰ। চাৰিদুৱাৰ খেলপথাৰত আজি শুভাৰাম্ভনী খেলখন অনুষ্ঠিত হয় অংশুমই এফ.চি আৰু চাংজাৰং এফ. চি.ৰ মাজত। বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত এই ৰোমাঞ্চকৰ খেলখনত অংশুমই এফ.চি ক চাংজাৰং এফ.চি য়ে ৩-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰি কোৱাটাৰ ফাইনেলত প্ৰৱেশ কৰে। উল্লেখ্য যে আজিৰ এই শুভাৰাম্ভী খেলখনত চাৰিদুৱাৰ জিলা পৰিষদৰ সদস্য কৃষ্ণ কোঁচ,বালিপৰা আঞ্চলিক পঞ্চায়তৰ উপ:সভাপতি বিশ্ব বসুমতাৰী, চাৰিদুৱাৰ মণ্ডল যুৱ মৰ্চাৰ সভাপতি ফনিন্দ্ৰ বৰা,সম্পাদক মিলন থাপা, চাৰিদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি অৰুন ভূঞাঁ,সম্পাদক ধ্ৰুৱ গগৈ, কিচান চেত্ৰী প্ৰমূখ্যে মণ্ডলৰ অন্তৰ্গত চাৰিওটা পঞ্চায়তৰ প্ৰতিনিধি উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মঙলদৈ সদৰ থানাৰ অন্তৰ্গত উদমাৰীৰ গোপাল চন্দ্ৰ ডেকা (৮৭) পানীত পৰি মৃত্যু
মঙলদৈ সদৰ থানাৰ অন্তৰ্গত উদমাৰীৰ গোপাল চন্দ্ৰ ডেকা (৮৭) পানীত পৰি মৃত্যু ৷বানপানীয়ে চিঙি নিয়া পথৰ...
SBI ने Q1 में कमाया 178 प्रतिशत का नेट प्रॉफिट, 24 फीसदी से ज्यादा बढ़ा NII, NPA में भी आई कमी
नई दिल्ली, बिजनेस डेस्क: भारत का सबसे बड़ा बैंक भारतीय स्टेट बैंक (एसबीआई) ने आज वित्त वर्ष...
Christianity को भारत कौन लेकर आया? | Christmas | Tarikh E623
Christianity को भारत कौन लेकर आया? | Christmas | Tarikh E623
Alert! Google Chrome OS को लेकर सरकार ने दी चेतावनी, अटैकर्स से बचने के लिए यूजर्स तुरंत करें ये काम
भारत सरकार के इलेक्ट्रॉनिक्स और सूचना प्रौद्योगिकी मंत्रालय के तहत काम करने वाली साइबर सिक्योरिटी...