শোনিতপুৰৰ চাৰিদুৱাৰত ফুটবল প্ৰতিযোগীতা। আজাদী কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি চাৰিদুৱাৰ বিজেপি মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত আজি আয়োজন কৰা হৈছে এক ফুটবল প্ৰতিযোগীতাৰ। চাৰিদুৱাৰ খেলপথাৰত আজি শুভাৰাম্ভনী খেলখন অনুষ্ঠিত হয় অংশুমই এফ.চি আৰু চাংজাৰং এফ. চি.ৰ মাজত। বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত এই ৰোমাঞ্চকৰ খেলখনত অংশুমই এফ.চি ক চাংজাৰং এফ.চি য়ে ৩-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰি কোৱাটাৰ ফাইনেলত প্ৰৱেশ কৰে। উল্লেখ্য যে আজিৰ এই শুভাৰাম্ভী খেলখনত চাৰিদুৱাৰ জিলা পৰিষদৰ সদস্য কৃষ্ণ কোঁচ,বালিপৰা আঞ্চলিক পঞ্চায়তৰ উপ:সভাপতি বিশ্ব বসুমতাৰী, চাৰিদুৱাৰ মণ্ডল যুৱ মৰ্চাৰ সভাপতি ফনিন্দ্ৰ বৰা,সম্পাদক মিলন থাপা, চাৰিদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি অৰুন ভূঞাঁ,সম্পাদক ধ্ৰুৱ গগৈ, কিচান চেত্ৰী প্ৰমূখ্যে মণ্ডলৰ অন্তৰ্গত চাৰিওটা পঞ্চায়তৰ প্ৰতিনিধি উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Business News | Women Traders के शेयर और निवेश से जुड़े सवालों के मिलेंगे जवाब|Saas, Bahu Aur Sensex
Business News | Women Traders के शेयर और निवेश से जुड़े सवालों के मिलेंगे जवाब|Saas, Bahu Aur Sensex
आ.विक्रम काळे यांच्या स्थानिक निधीतून जिल्ह्यातील शाळांना 01लाख 93 हजार पुस्तके वाटप@india report
आ.विक्रम काळे यांच्या स्थानिक निधीतून जिल्ह्यातील शाळांना 01लाख 93 हजार पुस्तके वाटप@india report
PORBANDAR પોરબંદરના બંદર રોડ પર પથ્થરોમાં ગાય ફસાતા રેસકયુ કરાયું 02 11 2022
PORBANDAR પોરબંદરના બંદર રોડ પર પથ્થરોમાં ગાય ફસાતા રેસકયુ કરાયું 02 11 2022
Odisha Train Accident : ट्रेन हादसे की जांच कर रही CBI टीम ने जताई बड़ी साजिश का आशंका। Balasore
Odisha Train Accident : ट्रेन हादसे की जांच कर रही CBI टीम ने जताई बड़ी साजिश का आशंका। Balasore
વડાપ્રધાન નરેન્દ્રભાઈ મોદી ના જન્મદિવસની ઉજવણીના ભાગરૂપે સેવા પખવાડીયુ અંતર્ગત કાર્યક્રમ યોજાયો.
વડાપ્રધાન નરેન્દ્રભાઈ મોદી ના જન્મદિવસની ઉજવણીના ભાગરૂપે સેવા પખવાડીયુ અંતર્ગત કાર્યક્રમ યોજાયો.