মঙলদৈ সদৰ থানাৰ অন্তৰ্গত উদমাৰীৰ গোপাল চন্দ্ৰ ডেকা (৮৭) পানীত পৰি মৃত্যু ৷বানপানীয়ে চিঙি নিয়া পথৰ গাতত পৰি নিৰুদিষ্ট গোপাল ডেকাক আজি পুৱা SDRF বাহিনীয়ে উদ্ধাৰ কৰে ৷ ৰবিবাৰৰ ৰাতিৰ পৰা নিৰুদ্দেশ হৈ আছিল গোপাল ডেকা ৷উদমাৰী গাওঁৰ বয়োজেষ্ঠ ধৰ্মপ্ৰাণ ব্যক্তি গোপাল ডেকাৰ অকাল মৃত্যুত উদমাৰী যুৱক সংঘ, উদমাৰী সাৰ্বজনিন দূৰ্গাপূজা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰাজ্যৰ চৰকাৰী চিকিৎসকৰ বাবে সুখবৰ; ৭০ লৈ বৃদ্ধি অৱসৰৰ সময়সীমা
আজি জনতা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেইবাটাও...
Deepak Chemtex Business Outlook | कंपनी का IPO BSE-NSE पर होगा लिस्ट, मैनेजमेंट से जानें Plan
Deepak Chemtex Business Outlook | कंपनी का IPO BSE-NSE पर होगा लिस्ट, मैनेजमेंट से जानें Plan
અગ્રવાલ મહિલા મંડળ ,ડીસા દ્વારા લીઓ પ્રાથમિક શાળા માં ગણવેશ વિતરણ કાર્યક્રમ યોજાયો..
અગ્રવાલ મહિલા મંડળ ,ડીસા દ્વારા લીઓ પ્રાથમિક શાળા માં ગણવેશ વિતરણ કાર્યક્રમ યોજાયો..
वलांडी येथील सरसकट सर्वच अतिक्रमण काढण्याची अन्याय अत्याचार भ्रष्टाचार विरोधी समितीची मागणी
वलांडी येथील सरसकट सर्वच अतिक्रमण काढण्याची अन्याय अत्याचार भ्रष्टाचार विरोधी समितीची मागणी