২ছেপ্টেম্বৰ২০২২:--চৰাইদেউ জিলাৰ সোনাৰী সমষ্টিৰ বৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লেৱটৰীৰ পৰা এটা অতি জৰুৰী মাইক্ৰস্কপ বিগত কৰণা মহামাৰী সময়ৰ পৰাই হেৰাই আছিল। ২৩ আগষ্টত মাইক্ৰস্কপ হেৰুৱাৰ বাতৰি প্ৰকাশ হোৱাৰ পাছতেই স্বাস্থ্য কেন্দ্ৰই দিয়াৰ এজাহাৰৰ ভিত্তিত বৰহাট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। আৰু তাৰ পাছতেই ৰহস্যজনক ভাৱে ৩১ আগষ্ট ত মাইক্ৰস্কপটো স্বাস্থ্যকেন্দ্ৰতে উদ্ধাৰ হয় । ইয়াৰ পৰাই ধাৰণা কৰিব পাৰি যে কেন্দ্ৰ টোৰ কৰ্মচাৰীয়েই মাইক্ৰস্কপটো চুৰ কৰিছে নেকি ?আৰক্ষীৰ সঠিক তদন্তহে ফাদিল হব ইয়াৰ ৰহস্য
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बीडमध्ये रस्त्याचे काम रखडल्याच्या
निषेधार्थ
१८ कोटी खर्चुनही राष्ट्रीय महामार्ग धुळे-सोलापूर चिखलमय ,रखडलेल्या रस्ताकामाच्या निषेधार्थ...
मंगलदे आदर्श महिला महाविद्यालय का आधारशिला स्थापन एव नव घोषित पूर्व मंगलदे राजस्व चक्र कार्यालय का बिधिवत उद्घाटन
दरंग ज़िले के अभिभावक मंत्री चंद्र मोहन पटवारी ने आज मंगलदे बिधान सभा समष्टि के अंतर्गत खारुपेटिया...
यातायात पुलिस पन्ना ने नेशनल पब्लिक हायर सेकंडरी स्कूल में आयोजित ट्रैफिक अवेयरनेश कार्यक्रम
पन्ना।
यातायात पुलिस पन्ना द्वारा नेशनल पब्लिक हायर सेकेण्डरी स्कूल पन्ना में आयोजित हुआ ट्राफिक...
Fifa World Cup: अर्जेंटीना के व्लर्ड कप जीतने पर इन सितारों ने दी बधाई, मनाया जश्न
कतर में फीफा व्लर्ड कप 2022 (Fifa World Cup) में अर्जेंटीना की ऐतिहासिक जीत के बाद, कई बॉलीवुड...
সদ্য ঘোষিত JEE (advance)ত গুৱাহাটী এলেনৰ সফলতা কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীক লৈ সংবাদ মেল
সদ্য ঘোষিত JEE (advance)ত গুৱাহাটী এলেনৰ সফলতা কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীক লৈ সংবাদ মেল