ধেমাজি জিলা ছাত্ৰ সন্হাৰ অন্তৰ্গত শক্তিশালী আঞ্চলিক সমিতি জীয়াধল আঞ্চলিক ছাত্ৰ সন্হাৰ নৱম বাৰ্ষিক অধিৱেশনখনি আজি পুৱতি নিশা সফলতাৰে সামৰণি পৰে ৷ ধেমাজি জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত অধিৱেশনৰ কালি পুৱা পতাকা উত্তোলন , শ্বহীদ তৰ্পণৰ পিছতে দুপৰীয়ালৈ অনুষ্ঠিত হয় প্ৰতিনিধি আৰু বিষয় বাচনি সভা ৷ ইপিনে সন্ধিয়া শিক্ষাবিদ বিপিন বৰাৰ সভাপতিত্বত আৰম্ভ হোৱা মুকলি সভাত সদৌ অসম ছাত্ৰ সন্হাৰ সাংগঠনিক সম্পাদক মণ্টুৰাজ বৰুৱা , ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰাজীৱ গগৈ , ডেভিড হাজৰিকা , ধেমাজি জিলা ছাত্ৰ সন্হাৰ সভাপতি দীপক শৰ্মা , সম্পাদক কল্যাণ গগৈ , উপসভাপতি ৰবি কছাৰী , শিক্ষাবিদ দুলাল দত্তকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশ লয় ৷ জীয়াধল আঞ্চলিক ছাত্ৰ সন্হাৰ বিদায়ী সভাপতি সৌৰভজ্যোতি বৰুৱাই আদৰণি ভাষণ আগবঢ়োৱা মুকলিসভাৰ পিছতে অনুষ্ঠিত হয় বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান ৷ প্ৰায় ১০ সহস্ৰাধিক দৰ্শকৰ উপস্হিতিত আজিৰ পুৱতি নিশালৈ ভিন্নসুৰীয়া গীত মাতেৰে আপ্লুত কৰে জনপ্ৰিয় উদীয়মান গায়ক সান্নিধ্য ভূঞাই ৷ উল্লেখযোগ্য যে এই বাৰ্ষিক অধিবেশনতে তনুজ কছাৰীক সভাপতি আৰু ভাৰ্গৱজ্যোতি বৰুৱাক সম্পাদক হিচাপে লৈ জীয়াধল আঞ্চলিক ছাত্ৰ সন্হাৰ এখনি শক্তিশালী কাৰ্যনিৰ্বাহক গঠন কৰা হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
CM Eknath Shinde | मुख्यमंत्र्यांचा बोटीतून जीवघेणा प्रवास ! ; पाहा हा Special Report
CM Eknath Shinde | मुख्यमंत्र्यांचा बोटीतून जीवघेणा प्रवास ! ; पाहा हा Special Report
ઉત્તર પ્રદેશમાં પૂર, 350 ગામ ડૂબ્યા: ભારે વરસાદના લીધે 24 કલાકમાં 4નાં મોત; આજે 22 રાજ્યોમાં એલર્ટ; જુઓ
ઉત્તર પ્રદેશમાં પૂર, 350 ગામ ડૂબ્યા: ભારે વરસાદના લીધે 24 કલાકમાં 4નાં મોત; આજે 22 રાજ્યોમાં...
उदयपुर से आगरा तक बूंदी स्टेशन के अलावा सभी स्टेशनो पर होगा वन्दे भारत का ठहराव, सवाई माधोपुर व गंगापुर सिटी स्टेशन पर ठहराव को रेलवे बोर्ड की अनुमति
बून्दी। 2 सितम्बर से वन्दे भारत ट्रेन संख्या 20981 उदयपुर से शुरू होकर चंदेरिया कोटा होते हुये...
પેટલાદમાં પોલીસ દ્વારા ફુટ પેટ્રોલિંગ કરાયું
પેટલાદ શહેરમાં બુધવારે સાંજે 6:00 વાગ્યાની આસપાસના સમયગાળામાં શહેર પોલીસ અને સુરક્ષા દળના જવાનો...
#bhavnagar l મહુવા સાવરકુંડલા રોડ ઉપર બોલેરો અને આઇસર વચ્ચે અકસ્માત l Divyang News
#bhavnagar l મહુવા સાવરકુંડલા રોડ ઉપર બોલેરો અને આઇસર વચ્ચે અકસ્માત l Divyang News