২ ছেপ্টেম্বৰ ২০২২:-
ঐতিহাসিক চৰাইদেউ জিলাৰ উদীয়মান শিল্পী গীতি মণি বৰগোহাঁইৰ চালাই গৈৰাম নামৰ এটি আদিবাসী গীতৰ শুভ উন্মোচন কৰে । সুৰেদ্ৰ লোহাৰৰ কথা আৰু ৱাচিম আয়ানৰ সুৰেৰে গীতটিত কন্ঠ দান কৰিছে গীতিমনি বৰগোঁহাইয়ে ।ইতিমধ্যে গীতটি সকলো সংগীত প্ৰেমীয়ে আদৰি লৈছে