২ ছেপ্টেম্বৰ ২০২২:-

ঐতিহাসিক চৰাইদেউ জিলাৰ উদীয়মান শিল্পী গীতি মণি বৰগোহাঁইৰ চালাই গৈৰাম নামৰ এটি আদিবাসী গীতৰ শুভ উন্মোচন কৰে ।  সুৰেদ্ৰ লোহাৰৰ  কথা আৰু ৱাচিম আয়ানৰ সুৰেৰে  গীতটিত কন্ঠ দান কৰিছে  গীতিমনি বৰগোঁহাইয়ে ।ইতিমধ্যে গীতটি সকলো সংগীত প্ৰেমীয়ে  আদৰি লৈছে