আজি ৰাজ্যৰ অন্যন্যা দুখন চিকিৎসা মহাবিদ্যালয়ৰ লগতে নৱনিৰ্মীত নলবাৰী চিকিৎসা মহাবিদ্যালয়টো পাঠ্যক্ৰম আৰম্ভ হয়৷৮৯ জন ছাত্ৰছাত্ৰীৰে আৰম্ভ হয় নতুন পাঠ্যক্ৰমৰ৷পাঠ্যক্ৰম আৰম্ভণিৰ পূৰ্বে ছাত্ৰছাত্ৰী সকলক শপত বাক্য পাঠ কৰোৱা হয়৷অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা নলবাৰী বিধান সভা সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা,নলবাৰী জিলা আয়ুক্ত বৰ্নালী ডেকা,নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা°বাবুল বেজবৰুৱা, নলবাৰীৰ যুটীয়া স্বাস্থ্য সঞ্চালকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷উল্লেখ্য যে নলবাৰীৰ ৰাইজৰ বহু আকাংক্ষিত উক্ত চিকিৎসা মহাবিদ্যালয় খনত আজিৰে পৰা পাঠ্যক্ৰম আৰম্ভ হোৱাত জিলাবাসীয়ে আনন্দ প্ৰকাশ কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কৰ্যঙা ৰূপাইপথাৰত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাৰ সামৰণি
কৰ্যঙা ৰূপাইপথাৰত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাৰ সামৰণি
Ambedkar Jayanti 2023: महू में आज जुटेंगे भाजपा-कांग्रेस और सपा के दिग्गज, एससी वोटबैंक पर रहेगी नजर
अनुसूचित जाति (एससी) वोटबैंक को साधने के लिए संविधान निर्माता बाबा साहेब डा. भीमराव आंबेडकर की...
বৰভাগ প্ৰেছক্লাৱৰ বিশেষ কাৰ্য্যনিৰ্বাহ সভা
নলবাৰী জিলাৰ বৰভাগ প্ৰেছক্লাৱৰ এখন গুৰুত্বপূৰ্ণ কাৰ্য্যনিৰ্বাহ সভা আজি পূৱা ১১ বজাত বৰভাগ কালাগ...
विश्वविद्यालय अनुदान आयोग ने किया राजस्थान के तीन विश्व विद्यालयों को बैन.
जयपुर. विश्वविद्यालय अनुदान आयोग ने राजस्थान की तीन निजी यूनिवर्सिटीयों के पीएचडी कोर्स करवाने पर...