আজিৰ খবৰ, গুৱাহাটী, ২৯ জুলাই, ২০২২ : গুৱাহাটীৰ গণেশগুৰিস্থিত অসম খনিজ উন্নয়ন নিগমৰ মুখ্য কাৰ্যালয় চৌহদত শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্পৰ শুভাৰম্ভ কৰা হয় । এটি গছপুলি ৰোপণ কৰি কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে নিগমৰ উপাধ্যক্ষ অশোক কুমাৰ ভঁৰালীয়ে । এই উপলক্ষে আয়োজিত চমু অনুষ্ঠানত অশোক কুমাৰ ভঁৰালীয়ে পৰিবেশ সংৰক্ষণ আৰু সুৰক্ষাৰ লগতে জৈৱ বৈচিত্ৰ সংৰক্ষণ কেনেদৰে হ'ব পাৰি সেই বিষয়ে বক্তব্য আগবঢ়ায় । অনুষ্ঠানত নিগমৰ পৰিচালন সঞ্চালক এন আনন্দকে ধৰি বিষয়া - কৰ্মচাৰী সকল উপস্থিত থাকে । আনহাতে উপাধ্যক্ষ অশোক কুমাৰ ভঁৰালী আৰু পৰিচালন সঞ্চালক এন আনন্দৰ নেতৃত্বত বিষয়া - কৰ্মচাৰী সকলে কাৰ্যালয় চৌহদত ফলাহাৰীকে। ধৰি থলুৱা বিভিন্ন প্ৰজাতিৰ প্ৰায় ৮০ টা গছপুলি ৰোপণ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પ્રોહીબિશન ના ગુનાઓ મા સંડોવાયેલ અને નાસતા ફરતા આરોપીને ક્રાઇમ બ્રાન્ચ એ શોધી કાઢ્યો
પ્રોહીબિશન ના ગુનાઓ મા સંડોવાયેલ અને નાસતા ફરતા આરોપીને ક્રાઇમ બ્રાન્ચ એ શોધી કાઢ્યો
હારીજ ના વિવિધ સ્થળે નવરાત્રી મહોત્સવ અંતર્ગત માતાજીઓનું સ્થાપન કરાયું.
હારીજ ખાતે માતાજીના નવલા નોરતાંની આરંભ થતા મુખ્ય ગરબી ગામદરવાજા,બહુચરમાતાજી મંદિર ચોક સહિત મધુવન...
খাৰঘূলিত বিস্ফোৰণৰ স্থান পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ
🔴খাৰঘূলিত খোৱাপানী যোগান প্ৰকল্পৰ পাইপ বিস্ফোৰণৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ।...
দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱ উপলক্ষে ৰহমৰীয়া-ডিকমত ত্ৰিৰংগা লৈ ছাত্ৰ-ছাত্ৰী সমদল
দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱ উপলক্ষে ৰহমৰীয়া-ডিকমত ত্ৰিৰংগা লৈ ছাত্ৰ-ছাত্ৰী সমদল