চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ধেলাখাট-তিনিচুকীয়া সংযোগী জৰাজীৰ্ণ পথটোৱে এতিয়া জ্বলাকলা খোৱাইছে সাধাৰণ জনতাক ৷ দীৰ্ঘদিনধৰি পথটো বিভাগীয় কতৃপক্ষৰ লগতে অইল ইণ্ডিয়া লিমিটেডে কোনো গুৰুত্ব প্ৰদান সৰৱ হৈ পৰিছে সাধাৰণ ৰাইজ। ইফালে, উক্ত পথটোৰ কাষতে তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষানৰ গাৱঁৰ ঘৰ ৷ জৰাজীৰ্ণ পথটোৱেদি মন্ত্ৰী, বিধায়কৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ বাহন অহাযোৱা কৰে যদিও আজিপৰ্য্যন্ত নিৰ্মাণত কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ অতিসোনকালে যদি উক্ত পথটো মেৰামতি নকৰে তেন্তে অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি তুলাৰ হুংকাৰ প্ৰদান কৰিছে স্থানীয় ৰাইজে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાધનપુર : પાટણમા તલાટી મંત્રી સહીત VCA રૂપિયા 3,000 ની લાંચ લેતા ઝડપાયા | SatyaNirbhay News Channel
રાધનપુર : પાટણમા તલાટી મંત્રી સહીત VCA રૂપિયા 3,000 ની લાંચ લેતા ઝડપાયા | SatyaNirbhay News Channel
Suzuki ने Burgman Electric और Burgman Hydrogen को किया अनवील, नए अवतार में जल्द करेगा डेब्यू
Suzuki ने कहा है कि कंपनी e-Burgman इलेक्ट्रिक स्कूटर का इस्तेमाल ब्रांड के परफॉरमेंस प्रोजेक्ट...
આદિજાતિ વિકાસ મંત્રી ડો. કુબેરભાઇ ડીંડોર દાહોદ ખાતે જિલ્લા કક્ષાના વિજ્ઞાન-ગણિત અને પર્યાવરણ પ્રદર્શનનો કરાવશે પ્રારંભ
આદિજાતિ વિકાસ મંત્રી ડો. કુબેરભાઇ ડીંડોર દાહોદ ખાતે જિલ્લા કક્ષાના વિજ્ઞાન-ગણિત અને પર્યાવરણ...
धनंजय मुंडेंनी घेतले प्रभू वैद्यनाथांचे दर्शन*
*प्रत्येक श्रावण सोमवारी सुंदर फुलांची आरास व मंदिराची नाथ प्रतिष्ठाण कडून सजावट करणार - धनंजय मुंडे*
परळी (दि. 08) - श्रावण सोमवार व पुत्रदा एकादशी असा सुंदर संगम आज साधला असून, यानिमित्ताने माजी...