পুৰুষৰ সমানে সমাজখনৰ প্ৰত্যেকটো দিশতে আগবাঢ়ি গৈছে মহিলাসকল। নুমলীগড়ৰ সমীপৰ দৈগ্ৰোং নাট্য মন্দিৰৰ প্ৰাংগণত গুৰুজনাৰ অমূল্য সৃষ্টি ৰাজিৰ মহিলা ভাওনা প্ৰদৰ্শন। শ শ দর্শকৰ মাজত বলিষ্ঠ অভিনয়েৰে প্ৰদৰ্শন কৰিলে "দানবীৰ ৰজা হৰিশ্চন্দ্ৰ উপাখ্যান"।নুমলীগড়ৰ দৈগ্ৰোংৰ দৃশ্য এয়া । এইসকল মহিলা আজি ব্যতিক্ৰম। মহিলাৰ কন্ঠই আজি সুকীয়া । কোনোগৰাকীৰ মুখত দাম্ভিক কথা । কোনো গৰাকীৰ লয়লাসেই সুকীয়া । সাজু হৈছে এক অনন্য ৰূপত । আচলতে দৈগ্ৰোং নাট্য মন্দিৰত বিশ্বকৰ্মা পূজা উপলক্ষ্যে এওলোকে আয়োজন কৰিছে এখন মহিলাৰ ভাওনা । । মুঠ ১৬ গৰাকী মহিলাই অভিনয় কৰিছে এইখন ভাওনাত। স্থানীয় এইসকল মহিলাৰ এনে কামে সকলোকে আকৰ্ষণ কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দুধনৈত লজ্জাজনক ঘটনা ! ফুৰাবলৈ নিয়াৰ চলেৰে তিনি নাবালিকাক ধৰ্ষণ তিনিজন যুৱকৰ
ৰাজ্যত পুনৰ সংঘটিত হৈছে এক জঘন্য ঘটনা। গোৱালপাৰা জিলাৰ দুধনৈত দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ খবৰ...
Maharashtra Politics: Ajit Pawar के साथ 'सीक्रेट मीटिंग' पर Sharad Pawar का बड़ा बयान। Congress ।BJP
Maharashtra Politics: Ajit Pawar के साथ 'सीक्रेट मीटिंग' पर Sharad Pawar का बड़ा बयान। Congress ।BJP
ડીસા ખોડીયાર માતાજીની જન્મ જયંતીની ઉજવણી || સબંધ ભારત ન્યૂઝ||
ડીસા ખોડીયાર માતાજીની જન્મ જયંતીની ઉજવણી || સબંધ ભારત ન્યૂઝ||
બાયડ ધારાસભ્ય ધવલસિંહ ઝાલા દ્વારા ગુજરાત ઠાકોર અને કોળી વિકાસ નિગમ તમામ ગરીબ સમાજના છે અને નિગમની 500 કરોડની માગણી માટે ગુજરાત સરકારના મંત્રી ભાનુબેન બાબરીયાને ભલામણ કરવામાં આવી.
જ્યારે માનનીય વડાપ્રધાન નરેન્દ્રભાઈ મોદી સાહેબ ગરીબ સમાજને અને ગરીબોને આગળ લઈ જવા માટે તમામ...