চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ধেলাখাট-তিনিচুকীয়া সংযোগী জৰাজীৰ্ণ পথটোৱে এতিয়া জ্বলাকলা খোৱাইছে সাধাৰণ জনতাক ৷ দীৰ্ঘদিনধৰি পথটো বিভাগীয় কতৃপক্ষৰ লগতে অইল ইণ্ডিয়া লিমিটেডে কোনো গুৰুত্ব প্ৰদান সৰৱ হৈ পৰিছে সাধাৰণ ৰাইজ। ইফালে, উক্ত পথটোৰ কাষতে তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষানৰ গাৱঁৰ ঘৰ ৷ জৰাজীৰ্ণ পথটোৱেদি মন্ত্ৰী, বিধায়কৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ বাহন অহাযোৱা কৰে যদিও আজিপৰ্য্যন্ত নিৰ্মাণত কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ অতিসোনকালে যদি উক্ত পথটো মেৰামতি নকৰে তেন্তে অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি তুলাৰ হুংকাৰ প্ৰদান কৰিছে স্থানীয় ৰাইজে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বাশবাৰীৰ গৰাখহনীয়াই সৰ্ব্বহাৰা হোৱা পৰিয়ালক চৰকাৰে ৯৫০০০ হাজাৰ কৈ টকা নপোৱাৰ অভিযোগ
বাশবাৰীৰ গৰাখহনীয়াই সৰ্ব্বহাৰা হোৱা পৰিয়ালক চৰকাৰে ৯৫০০০ হাজাৰ কৈ টকা নপোৱাৰ অভিযোগ ।
Cross Voting करने वाले सपा विधायकों ने इस वजह से BJP का साथ दिया, पता चल गया। Netanagri
Cross Voting करने वाले सपा विधायकों ने इस वजह से BJP का साथ दिया, पता चल गया। Netanagri
सेम पित्रोदा के बयान से मचा बवाल,बीजेपी प्रदेशअध्यक्ष ने बोला बड़ा हमला
कांग्रेस के पूव चेयरमैन सैम पित्रोदा के पूर्वी और दक्षिणी भारत के लोगों पर रंगभेद को लेकर टिप्पणी...
13 जुलाई शनिवार को श्री जगन्नाथ रथ यात्रा शाम को 5:30 बजे नवल सागर पार्क से शुरू
13 जुलाई शनिवार को श्री जगन्नाथ रथ यात्रा शाम को 5:30 बजे नवल सागर पार्क से शुरू
राज्यात लम्पी आजाराचा प्रादुर्भाव वाढला अधिकाऱ्यांच्या सुट्ट्या रद्द | Officers leaves cancelled
राज्यात लम्पी आजाराचा प्रादुर्भाव वाढला अधिकाऱ्यांच्या सुट्ट्या रद्द | Officers leaves cancelled