নাজিৰা মেকিপুৰ চাহ বাগিছা খাপৰা লাইনত তিনি বছৰীয়া কন্যা শিশুক যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ'ল হৰি লোহা নামৰ ৫২ বছৰীয়া লম্পট
Sponsored
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं
অমানৱীয়, জঘন্য কাণ্ড । এটি কণমানি নিষ্পাপ শিশুৰ ওপৰত যৌন নিৰ্যাতন চলোৱা অভিযোগ । ঘৰত কোনো নথকাৰ সুযোগ লৈ এই জঘন্য কাণ্ড সংঘটিত কৰা অভিযোগ হৰি লোহা নামৰ লম্পটোৰ বিৰুদ্ধে । বুঢ়ী মাকৰ তৎপৰতাত শিশুটিক উদ্ধাৰ কৰা হয় । স্থানীয় ৰাইজে ঘটনাৰ সবিশেষ জানিব পাৰি উত্তেজিত হৈ হৰি লোহাক উত্তম-মাধ্যম সোধাই । নাজিৰা আৰক্ষীয়ে অভিযুক্তক আটক কৰি তিনি দিনৰ বাবে জিম্মাত লয় ।