কংগ্ৰেছ-ছংগ্ৰেছ বিগ জিঅ' । এ আই ইউ ডি এফ আমাৰ বিৰোধী বুলি মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । মৰাণত সাংবাদিকৰ আগত মন্তব্য দি ভৱেশ কলিতাই কয় যে 'আপৰ' একো কামেই নাই । বিধান সভা, পঞ্চায়ত একোতে আপ নাই । সেয়ে এ আই ইউ ডি এফ হে আমাৰ বিৰোধী ।
কংগ্ৰেছ বিগ জিৰো, এ আই ইউ ডি এফ বিজেপিৰ প্ৰধান বিৰোধীঃ মৰানত ৰাজ্যিক বিজেপিৰ সভাপতিভৱেশ কলিতাৰ মন্ত্যব
