সংবাদদাতা, টংলাঃ নাৰী সকল আত্ম নিৰ্ভৰশীল হব পৰাকৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আঁচনি প্ৰনয়ণ কৰি আহিছে। তাৰ মাজতে গ্ৰামাঞ্চলৰ নাৰী সকলেও যাতে দেশৰ প্ৰাচীণ ক’লা হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ দ্বাৰা ঘৰতে বস্ত্ৰ তৈয়াৰ কৰি স্বাভলম্বী হ’ব পাৰে সেই সন্দৰ্ভত নৱ প্ৰজন্মৰ লগতে নাৰী সমাজক সজাগ সচেতন কৰি তোলাৰ উদ্দেশ্য ৩০ আগষ্টত ওদালগুৰি জিলাৰ টংলাস্থিত ৰতনপুৰ ভিচিডিচি কাৰ্যালয়ত ওদালগুৰি জিলা হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ দ্বাৰা স্ব-নিৰ্ভৰশীল নাৰী নামৰ এক সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। সজাগতা কাৰ্যসূচীত অঞ্চলটোৰ অৰ্ধশতাধিক শিপিনী নাৰী উপস্থিত থকাৰ লগতে ওদালগুৰি জিলা হস্ততাঁত শিল্প আৰু বস্ত্ৰ বিভাগৰ সংগঠক বিমলা খাকলাৰীয়ে উপস্থিত থাকি হস্ততাঁত শিল্প জীয়াই ৰাখিবলৈ অহ্বান জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Smartphone Tips: बिना टच किए कहीं अपने आप तो नहीं चलता आपका फोन, इस डिस्प्ले सेटिंग के ऑफ होने की वजह से होता है ऐसा
एक्सीटेंडल टच का मतलब फोन पर ऐसे टच से समझ सकते हैं जिसे आप अपनी मर्जी से नहीं करते हैं। यह फोन न...
વિશ્વાસથી વિકાસયાત્રા"-બારડોલી, ધારાસભ્યશ્રીના હસ્તે બારડોલીના સરદાર પટેલ ટાઉન હોલ ખાતે આયોજિત સમારોહમાં રૂ.૭૮ લાખના ૨૬ કામોનું ઈ-લોકાર્પણ તેમજ રૂ.૨.૮૩ કરોડના ૩૨ કામોનું ખાતમુહૂર્ત થયું
વિશ્વાસથી વિકાસયાત્રા"-બારડોલી, ધારાસભ્યશ્રીના હસ્તે બારડોલીના સરદાર પટેલ ટાઉન હોલ ખાતે...
ડીસામાં ફૂડ વિભાગની ટીમે તેલ મીલમાં દરોડા પાડ્યા
ડીસા શહેરની જીઆઇડીસીમાં ઘી તેલ મરચું હળદર સહિતની ખાદ્યચીજોમાં મોટા પ્રમાણમાં ભેળસેળ કરવામાં આવે...
Patan : આપણું પાટણ, ઇતિહાસની સૌગાત, ગૌરવવંતુ ગુજરાત, Kinjal dave, @Vm Gujarati #gujarat #patan
Patan : આપણું પાટણ, ઇતિહાસની સૌગાત, ગૌરવવંતુ ગુજરાત, Kinjal dave, @Vm Gujarati #gujarat #patan
ગુજરાતી ફિલ્મના અભિનેતા યશ સોની વડોદરાના મહેમાન બન્યા
ગુજરાતી ફિલ્મના અભિનેતા યશ સોની વડોદરાના મહેમાન બન્યા