সংবাদদাতা, টংলাঃ নাৰী সকল আত্ম নিৰ্ভৰশীল হব পৰাকৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আঁচনি প্ৰনয়ণ কৰি আহিছে। তাৰ মাজতে গ্ৰামাঞ্চলৰ নাৰী সকলেও যাতে দেশৰ প্ৰাচীণ ক’লা হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ দ্বাৰা ঘৰতে বস্ত্ৰ তৈয়াৰ কৰি স্বাভলম্বী হ’ব পাৰে সেই সন্দৰ্ভত নৱ প্ৰজন্মৰ লগতে নাৰী সমাজক সজাগ সচেতন কৰি তোলাৰ উদ্দেশ্য ৩০ আগষ্টত ওদালগুৰি জিলাৰ টংলাস্থিত ৰতনপুৰ ভিচিডিচি কাৰ্যালয়ত ওদালগুৰি জিলা হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ দ্বাৰা স্ব-নিৰ্ভৰশীল নাৰী নামৰ এক সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। সজাগতা কাৰ্যসূচীত অঞ্চলটোৰ অৰ্ধশতাধিক শিপিনী নাৰী উপস্থিত থকাৰ লগতে ওদালগুৰি জিলা হস্ততাঁত শিল্প আৰু বস্ত্ৰ বিভাগৰ সংগঠক বিমলা খাকলাৰীয়ে উপস্থিত থাকি হস্ততাঁত শিল্প জীয়াই ৰাখিবলৈ অহ্বান জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Weather News LIVE : Rain News | હજુ પડશે વરસાદ! | Heavy Rain | Rain Forecast | Gujarati News Live
Weather News LIVE : Rain News | હજુ પડશે વરસાદ! | Heavy Rain | Rain Forecast | Gujarati News Live
Abdullahs, Mufits, Gandhis should be banished from J&K in coming elections : Chugh ll J&K needs peace and prosperity not guns and grenades: Chugh
BJP national general secretary Tarun Chugh , who is also the party incharge for J&K, today...
બેરોજગારીનો દર ઘટ્યો છે, 2019-20 અને 2020-21 વચ્ચે 0.6 ટકાનો ઘટાડો થયો છે: કેન્દ્ર સરકાર
કેન્દ્ર સરકારનું કહેવું છે કે દેશમાં બેરોજગારી ઘટી છે. કેન્દ્રએ સોમવારે સંસદમાં જણાવ્યું હતું કે...
Ujjwala Yojana पर बोले केंद्रीय मंत्री Anurag Thakur, कहा- उज्जवला पर सरकार ने बढ़ाई सब्सिडी
Ujjwala Yojana पर बोले केंद्रीय मंत्री Anurag Thakur, कहा- उज्जवला पर सरकार ने बढ़ाई सब्सिडी
অসম-অৰুণাচল সীমান্তৰ ককিলাৰ সমীপত নিৰ্মীয়মান ইটানগৰ হোলেঙী গ্ৰীণফিল্ড বিমানবন্দৰত আজি এএআইৰ দ্বাৰা প্ৰথমখন বিমান পৰীক্ষা সফলতাৰে অৱতৰণ কৰা হয়।
অসম-অৰুণাচল সীমান্তৰ ককিলাৰ সমীপত নিৰ্মীয়মান ইটানগৰ হোলেঙী গ্ৰীণফিল্ড বিমানবন্দৰত আজি এএআইৰ...