বগাহাতীত পৰিণত হৈছে লাহৰীঘাটৰ ঔতলাবড়ি পানী যোগান আঁচনি।স্থাপনৰ দিন ধৰি স্থানীয় লোকে এটুপি বিশুদ্ধ খোৱা পানী নোপোৱা অভিযোগ তুলিছে।জহিখহি গৈছে পানীৰ টেপসমূহ।