ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাৰ প্ৰতিনিধি, ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ লগতে অসমৰ বিভিন্ন জিলাৰ জিলা উপায়ুক্ত সকলৰ সৈতে ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত কেঁচা পাতৰ সমৰ্থন মুল্য নিৰ্ধাৰণৰ বাবে ভিডিঅ' কনফাৰেন্স যোগে এক গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহন কৰে মন্ত্ৰী বিমল বৰাই । সভাত প্ৰতি মাহৰ প্ৰথম সপ্তাহত ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাৰ প্ৰতিনিধি, কেঁচা চাহ পাত ক্ৰয় কৰা ফেক্টৰীৰ প্ৰতিনিধি তথা tea বৰ্ডৰ প্ৰতিনিধি তথা সংশ্লিষ্ট পক্ষৰ উপস্থিতিত জিলা উপায়ুক্তৰ অধ্যক্ষতাত নিয়মীয়াকৈ নিৰীক্ষণ সমিতিৰ বৈঠক অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়। অন্যহাতে খেতিয়ক সকলে যাতে নিয়মিতভাৱে সাঁৰ তথা ঔষধ পাতি সমূহ পাই থাকে লগতে চাহ উদ্যোগ সমূহ চলাব পৰাকৈ পৰ্যাপ্ত পৰিমাণৰ গেছৰ যোগান নিয়মীয়া হৈ থাকে তাৰ প্ৰতিও গেছ বিতৰণ কোম্পানী সমূহৰ লগত জিলা উপায়ুক্ত সকলক যোগাযোগ স্থাপন কৰিবৰ বাবে আহ্বান জনায় মন্ত্ৰী বিমল বৰাই। ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাৰ প্ৰতিনিধি সকলৰ লগতে বিভিন্ন বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अजित पवारांनी संतोष बांगरांना सगळ्यांसमोरच सुनावलं! Ajit Pawar on Santosh Bangar | Shivsena
अजित पवारांनी संतोष बांगरांना सगळ्यांसमोरच सुनावलं! Ajit Pawar on Santosh Bangar | Shivsena
રાજુલા ટાઉન હવેલી ચોક વિસ્તારમાંથી પ્રતિબંધિત ચાઇનીઝ માંઝા/પ્લાસ્ટીક બનાવટની દોરીઓની ફિરકીઓ નંગ-૨૩ કિ.રૂ.૬,૯૦૦/-ના મુદામાલ સાથે એક ઇસમને પકડી પાડતી રાજુલા સર્વેલન્સ ટીમ
ભાવનગર રેન્જ આઇ.જી.પી ગૌતમ પરમાર તથા *અમરેલી જિલ્લા પોલીસ અધિક્ષક શ્ હિમકરસિંહ નાઓએ અમરેલી...
દાહોદ જિલ્લાના ઝાલોદ નગરપાલિકાના સફાઈ કામદારો દ્વારા અચોક્કસ મુદ્દતની હડતાળ પર
દાહોદ જિલ્લાના ઝાલોદ નગરપાલિકાના સફાઈ કામદારો દ્વારા અચોક્કસ મુદતની હડતાળ પર
બે...
लोकसभा अध्यक्ष का चुनाव आज, बिरला और सुरेश आमने-सामने
लोकसभा अध्यक्ष (स्पीकर) के पद को लेकर सत्तारूढ जनतांत्रिक गठबंधन (एनडीए) और विपक्षी इंडिया गठबंधन...