তেজপুৰত ভুৱা খাকী পোছাকধাৰী আটক৷ ধৃত ভুৱা পুলিচটোৰ নাম পংকজ হাজৰিকা৷ ঘৰ ধেমাজিত৷ তেজপুৰ পৰোৱাত নিশা হঠাৎ আবিৰ্ভাৱ হয় ভুৱা পুলিচৰ৷ সঁচা পুলিচৰ মাজত সোমাই আনকি জৰিমনাও বিহে হেলমেট পৰিধান নকৰা বাইক আৰোহীক৷ ঘটনাস্থলীত সন্দেহ ওপজে তালাচীত নিয়োজিত মহাভৈৰৱ আৰক্ষীৰ৷ নিজকে মহাভৈৰৱ আৰক্ষী চকীৰ ASI বুলি পৰিচয় দিয়ে খোদ মহাভৈৰৱ আৰক্ষীকে৷ পিছত ই-ৰিক্সাত পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীৰ পোছাকতে হাতেলোতে আটক কৰে আৰক্ষীয়ে৷ ধৃত ভুৱা ASI ৰ বিৰুদ্ধে মাজুলি, যোৰহাটকে ধৰি বিভিন্ন থানাত ঠগ-প্ৰৱঞ্চনাৰ গোচৰ পঞ্জীয়ন হৈ আছে৷ তেজপুৰত প্ৰৱঞ্চনাৰ জাল পেলাওঁতে খাকী পোছাকধাৰীৰ হাতত আটক হ'ল ভু্া খাকী পোছাকধাৰী৷ ধৃত বপুৰাক এই মুহুৰ্তত আৰক্ষীয়ে জেকা চলাই আছে৷ গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এপিজে আব্দুল কালামৰ স'তে সম্পাদনা কৰা ফটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસાના મુડેઠામાં પ્રેમ-પ્રકરણમાં પતિની હત્યા : ગણતરીના કલાકોમાં હત્યારાઓનો ભેદ ઉકેલાયો
બનાસકાંઠાના ડીસા પાસે પ્રેમ પ્રકરણમાં વધુ એક હત્યા થઈ હોવાની ઘટના સામે આવી છે. પ્રેમમાં આડખીલી...
আজি গজালি কাৰ্যালয়ত গজালি প্ৰকাশনৰ উন্মোচনী অনুষ্ঠান ।
আজি গজালি কাৰ্যালয়ত গজালি প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা বিশিষ্ট সাহিত্যিক - সমালোচক , সাহিত্যিক...
પાલીતાણા સિંધીકેમ્પ ખાતે ચાલીસાની પુર્ણાહુતી કરવામાં આવી
પાલીતાણા સિંધીકેમ્પ ખાતે ચાલીસાની પુર્ણાહુતી કરવામાં આવી