২০২১ চনতে ধেমাজি পৌৰসভাৰ অন্তৰ্গত হিলৈদাৰী আৰু খুৱলীয়া ব্লকৰ ৬০ গৰাকী মাটিৰ গৰাকীৰ মুঠ ১১৪ বিঘা মাটি অসম চৰকাৰে অধিগ্ৰহণ কৰিছিল ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ বাবে ৷ দুৰ্ভাগ্যজনকভাৱে এইসকল মাটিৰ গৰাকীয়ে আজিৰ পৰ্যন্ত লাভ নকৰিলে মাটিৰ ক্ষতিপূৰণ ৷ ক্ষুব্ধ মাটিৰ গৰাকীসকলে অলপতে ধেমাজি প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰা সংবাদমেলত অংশ লৈ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে আৰু অহা অক্টোবৰৰ ভিতৰত মাটিৰ উপযুক্ত ক্ষতিপূৰণ প্ৰদান নকৰিলে গণতান্ত্ৰিক আন্দোলন কৰা হ'ব বুলি চৰকাৰক শেষ সকীয়নি দিয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাজুলীৰ আৰ্হীপ্ৰিয়া দৰ্শীনী শইকীয়াৰ কন্ঠত 'মা আমি শদিয়ালৈ যামেই'
মাজুলীত ৰিডম মাজুলীৰ উদ্যোগত গনশিল্পী খগেন মহন্তৰ ওপজা দিনত মাজুলীৰ সু গায়ক দিব্যজ্যোতি শইকীয়া...
ભાવનગરના માઢિયા ગામ નજીક ટ્રક અને બાઈક વચ્ચે અકસ્માતમાં તળાજાના પીપરલાના યુવકનું મોત નિપજ્યું
ભાવનગરના માઢીયા ગામ નજીક ટ્રક અને મોટરસાઇકલ વચ્ચે અકસ્માતની ઘટનામાં તળાજા તાલુકાના પીપરલા ગામના...
पी एम किसान योजनेची ekyc शेतकऱ्याच्या शेतात जावून केली
Csc केंद्र चालकाचा स्तुत्य उपक्रम
आदिवासी बहुल भागामध्ये csc केन्द्र चालक गोकुळ आठवले यांनी धरमवाडी गावामध्ये जावून ekyc केली...
श्री क्षेत्र नगदेश्वर गड भाविकांनी फुलले
श्री क्षेत्र नगदेश्वर गड भाविकांनी फुलले
पैठण(विजय चिडे)गेवराई आगलावे गावापासून जवळच असलेल्या...
JVVNL सहायक अभियंता शाहाबाद को किया एपीओ
फ़िरोज़ ख़ानशाहाबाद/बारा।जयपुर विद्युत वितरण निगम लिमिटेड शाहबाद के सहायक अभियंता कदमी मीना को...