২০২১ চনতে ধেমাজি পৌৰসভাৰ অন্তৰ্গত হিলৈদাৰী আৰু খুৱলীয়া ব্লকৰ ৬০ গৰাকী মাটিৰ গৰাকীৰ মুঠ ১১৪ বিঘা মাটি অসম চৰকাৰে অধিগ্ৰহণ কৰিছিল ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ বাবে ৷ দুৰ্ভাগ্যজনকভাৱে এইসকল মাটিৰ গৰাকীয়ে আজিৰ পৰ্যন্ত লাভ নকৰিলে মাটিৰ ক্ষতিপূৰণ ৷ ক্ষুব্ধ মাটিৰ গৰাকীসকলে অলপতে ধেমাজি প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰা সংবাদমেলত অংশ লৈ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে আৰু অহা অক্টোবৰৰ ভিতৰত মাটিৰ উপযুক্ত ক্ষতিপূৰণ প্ৰদান নকৰিলে গণতান্ত্ৰিক আন্দোলন কৰা হ'ব বুলি চৰকাৰক শেষ সকীয়নি দিয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
प्रदेश के सभी स्कूलों में 24 दिसंबर से शीतकालीन अवकाश
सरकारी और निजी स्कूलों में 24 दिसंबर 2023 से 05 जनवरी 2024 तक शीतकालीन अवकाश रहेगा, शैक्षणिक...
Gold Price News Update | निवेश से जानें भाव, क्या निवेश का है ये सही वक़्त ? | Silver Price
Gold Price News Update | निवेश से जानें भाव, क्या निवेश का है ये सही वक़्त ? | Silver Price
Gir Somnath I અંબાણી પરિવારના અનંત અંબાણીએ સોમનાથ ખાતે શિષ ઝુકાવ્યું I Divyang News
Gir Somnath I અંબાણી પરિવારના અનંત અંબાણીએ સોમનાથ ખાતે શિષ ઝુકાવ્યું I Divyang News