সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন,দৰং জিলা কমিটিৰ উদ্যোগত মহলীয়াপাৰাৰ উঁহৰচ’কত বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন ৷ বানপীড়িত ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে মহলীয়াপাৰাৰ উহঁৰচ’কত অনুষ্ঠিত কৰা হৈছে উক্ত চিকিৎসা শিবিৰ ৷ শিবিৰত চিকিৎসা সেৱা আগবঢ়াই বিশিষ্ট চিকিৎসক ডাঃ কমলেশ্বৰ নাথ আৰু আলি হুচেইনে ৷ নিৰ্মাণ শ্ৰমিক ইউনিয়ন,দৰং জিলা কমিটিৰ সভাপতি হৰিচন্দ্ৰ ডেকা, সম্পাদক তাহেৰ ইছলাম, নাৰায়ণ শৰ্মা, কিশোৰ শৰ্মাই বিশেষভাৱে সহযোগিতা কৰা শিৱিৰত অঞ্চলটিৰ শতাধিক লোকক চিকিৎসা প্ৰদান কৰি বিনামূলীয়া ঔষধ যোগান ধৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Delhi: देर होने के कारण यात्री ने पायलट को पीटा, सामने आई VIDEO |Airport | indigo Flight Viral Video
Delhi: देर होने के कारण यात्री ने पायलट को पीटा, सामने आई VIDEO |Airport | indigo Flight Viral Video
জল জীৱন মিছন আঁচনিৰ পানী টেংকীৰ ভিতৰত ৩ শ্ৰমিকৰ কৰুণ মৃত্যু।
🔴জল জীৱন মিছন আঁচনিৰ পানী টেংকীৰ ভিতৰত ৩ শ্ৰমিকৰ কৰুণ মৃত্যু।
🔴ধুবুৰীৰ নয়াহাট ফকিৰাণীৰঝাৰ গাঁৱৰ...
વાહ લાખણી વાહ ગાયો કોર્ટમાં લાખણી
વાહ લાખણી વાહ ગાયો કોર્ટમાં લાખણી
জংগলে আবৰিছে কোটি টকীয়া জলসিঞ্চন আঁচনি
"আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল"__এই অপ্ত বাক্যশাৰীয়ে যেন বাস্তৱ ক্ষেত্ৰত সঁচাত পৰিণত হৈছে...
સુરત જિલ્લામાં લોકશાહીના પર્વને લઇને લોકોને મતદાન કરવા ઉત્સાહ વધારવા ખાસ તૈયારીઓ
સુરત જિલ્લામાં લોકશાહીના પર્વને લઇને લોક ઉત્સાહ વધારવા ખાસ તૈયારીઓ: કેન્દ્રીય માહિતી પ્રસારણ...