সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন,দৰং জিলা কমিটিৰ উদ্যোগত মহলীয়াপাৰাৰ উঁহৰচ’কত বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন ৷ বানপীড়িত ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে মহলীয়াপাৰাৰ উহঁৰচ’কত অনুষ্ঠিত কৰা হৈছে উক্ত চিকিৎসা শিবিৰ ৷ শিবিৰত চিকিৎসা সেৱা আগবঢ়াই বিশিষ্ট চিকিৎসক ডাঃ কমলেশ্বৰ নাথ আৰু আলি হুচেইনে ৷ নিৰ্মাণ শ্ৰমিক ইউনিয়ন,দৰং জিলা কমিটিৰ সভাপতি হৰিচন্দ্ৰ ডেকা, সম্পাদক তাহেৰ ইছলাম, নাৰায়ণ শৰ্মা, কিশোৰ শৰ্মাই বিশেষভাৱে সহযোগিতা কৰা শিৱিৰত অঞ্চলটিৰ শতাধিক লোকক চিকিৎসা প্ৰদান কৰি বিনামূলীয়া ঔষধ যোগান ধৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
તેજી / ગ્લોબલ માર્કેટમાં તેજીના કારણે શેર માર્કેટમાં ઉછાળો, સેંસેક્સમાં 500નો ઉછાળો
શેરબજારમાં આજે જોરદાર રફતાર જોવા મળી રહી છે અને સેન્સેક્સ નિફ્ટી ઉપરની રેન્જમાં ટ્રેડ કરી રહ્યો...
सिर्फ बेटियों को बचाना नहीं, बल्कि आत्मनिर्भर और सशक्त भी बनाएं - डॉ. लौरी
सिर्फ बेटियों को बचाना नहीं, बल्कि आत्मनिर्भर और सशक्त भी बनाएं - डॉ. लौरीबूंदी। राजस्थान मरू...
जदीद मुस्लिम सीनियर सेकेंडरी स्कूल में महात्मा गांधी और लाल बहादुर शास्त्री की जयंती धूमधाम से मनाई गई, बच्चों ने दी शानदार प्रस्तुतियां
जदीद मुस्लिम सी. सै. स्कूल भगत सिंह कॉलोनी निवाई में राष्ट्रपिता महात्मा गांधी और पूर्व...
પાલનપુરમાં બે ટ્રકમાં કતલખાને ધકેલાતાં 519 બકરા જીવદયાપ્રેમીઓએ બચાવ્યા
પાલનપુર-આબુ હાઇવે ઉપર હનુમાન ટેકરી નજીક મંગળવારે રાત્રે જીવદયાપ્રેમીઓએ બે ટ્રકમાં કતલખાને લઇ...