বুধবাৰে তিনিচুকীয়াৰ পানীতোলাত চাহ বাগিচাৰ উপ-কৰ্মচাৰীৰ দৰমহা আৰু ভ্ৰমণ বানচ বৃদ্ধিৰ দাবীৰে অসম চাহ মজদুৰ সংঘৰ তিনিচুকীয়া আৰু পানীতোলা শাখাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
Sponsored
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं
পানীতোলা চাহ বাগিচাৰ মুখ্য প্ৰৱেশদ্বাৰত বাগিচাখনৰ শতাধিক চাহ শ্ৰমিকৰ লগতে অসম চাহ মজদুৰ সংঘৰ সদস্য সকলে এক ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে ।
প্ৰতিবাদৰ জড়িয়তে অতিশীঘ্ৰে চাহ বাগিচাৰ কৰ্মচাৰীৰ দৰমহা আৰু ভ্ৰমণ বানচ বৃদ্ধিৰ দাবী জনোৱাৰ লগতে শ্ৰমিকক প্ৰতাৰণা নচলিব , অসম চৰকাৰ হুচিয়াৰ , আদি বিভিন্ন শ্লগানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে ।