বুধবাৰে  তিনিচুকীয়াৰ পানীতোলাত চাহ বাগিচাৰ উপ-কৰ্মচাৰীৰ দৰমহা আৰু ভ্ৰমণ বানচ বৃদ্ধিৰ দাবীৰে অসম চাহ মজদুৰ সংঘৰ তিনিচুকীয়া আৰু পানীতোলা শাখা‌ই উত্তাল  প্ৰতিবাদ সাব্যস্ত কৰে  ।

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

পানীতোলা চাহ বাগিচাৰ মুখ্য প্ৰৱেশদ্বাৰত বাগিচাখনৰ শতাধিক চাহ শ্ৰমিকৰ লগতে অসম চাহ মজদুৰ সংঘৰ সদস্য সকলে এক ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে ।

প্ৰতিবাদৰ জড়িয়তে অতিশীঘ্ৰে চাহ বাগিচাৰ কৰ্মচাৰীৰ দৰমহা আৰু ভ্ৰমণ বানচ বৃদ্ধিৰ দাবী জনোৱাৰ লগতে শ্ৰমিকক প্ৰতাৰণা নচলিব , অসম চৰকাৰ হুচিয়াৰ , আদি বিভিন্ন শ্লগানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে ।