মঙ্গলদৈত সত্ৰীয়া আৰু বৰগীতৰ কৰ্মশালা। সত্ৰীয়া সঙ্গীত মহাবিদ্যালয়ৰ উদ্যোগত।

৪জুলাই পৰা ৯জুলাইলৈ হ'ব কৰ্মশালা। মঙ্গলদৈ ব্ৰিলিয়েন্ট একাডেমীৰ উদ্যোগত।

বিদ্যালয় সমূহ গৰমৰ বন্ধ দিয়াৰ লগে লগে কৰ্মশালাত বেস্ত হয় ছাত্ৰ-ছাত্ৰীৰ সকলে। মঙ্গলদৈ বিভিন্ন প্ৰান্তৰ লৰা ছোৱালী অংশ গ্ৰহণ কৰে সত্ৰীয়া নৃত্য কৰ্মশালাত।

প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ৰূপশিকা হালৈ মুখ্য প্ৰশিক্ষক হিচাপে হৰি শইকীয়া,আনন্দ মুক্তিয়াৰ, গৌতম বায়ন উপস্থিত থাকে।

মঙ্গলদৈ জিলা পুথিভঁৰালত ১০ তাৰিখে সামৰণি পৰিব অনুষ্ঠান।