শোনিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত দীঘলী গাওঁৰ পৰা এগৰাকী যুৱতী সন্ধানহীন হোৱা ঘটনাই অঞ্চলজুৰী তিব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে যোৱা ১৩ তাৰিখে দীঘলী গাওঁৰ পৰা পূৰ্নিমা মণ্ডল নামৰ এই যুৱতী গৰাকী পুৱা ৭ বজাত তেজপুৰ কলেজলৈ বুলি ওলাই যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে যুৱতী গৰাকী। বহু বিচাৰ খোচাৰ কৰিও বৰ্তমানলৈকেও কোনো ধৰনৰ সন্ধান নোপোৱাত পৰিয়ালৰ লোকে চাৰিদুৱাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছ। ইতিমধ্যে চাৰিদুৱাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰাম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
નેસડા ગામે અલગ અલગ ટ્રાન્સપોર્ટોમાથી ચોરી કરેલ મોટી સંખ્યામા મુદામાલ ભાભર પોલીસે ઝડપ્યો#newsgujarati
નેસડા ગામે અલગ અલગ ટ્રાન્સપોર્ટોમાથી ચોરી કરેલ મોટી સંખ્યામા મુદામાલ ભાભર પોલીસે ઝડપ્યો#newsgujarati
Sanjay Dutt, Amitabh Bachchan के वकील Pradeep Rai ने Bollywood में Underworld की पोल बता दी |Baithki
Sanjay Dutt, Amitabh Bachchan के वकील Pradeep Rai ने Bollywood में Underworld की पोल बता दी |Baithki
મહુવા શહેરમાં કિર્તીદાન ફેમ કમાભાઈ મહુવા આવી પહોંચ્યા.
મહુવા શહેરમાં કિર્તીદાન ફેમ કમાભાઈ મહુવા આવી પહોંચ્યા.
આજે શનિદેવની પૂજા કરો, જાણો શુભ અને અશુભ સમય અને રાહુકાલ
આજે શનિવાર, 06 ઓગસ્ટ છે. આજે સાવન માસના શુક્લ પક્ષની નવમી તિથિ છે. આજે શનિવારે ન્યાયના દેવતા...
North Korea: उत्तर कोरिया ने फिर दागी बैलिस्टिक मिसाइल, जापान ने निवासियों से की ये अपील
उत्तर कोरिया ने कोरियाई प्रायद्वीप के पूर्वी तट से समुद्र में एक मिसाइल दागी है। दक्षिण कोरिया के...