স্বাধীনতা দিৱসৰ প্ৰাকখনত "আজাদি কা অমৃত মহোৎসৱ'' অভিযানৰ লগত সংগতি ৰাখি আজি মৰাণ নগৰৰ 6 নং ৱাৰ্ডত এক সজাগতা সভা অনুষ্ঠিত কৰা হয়। এই সভাত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, ৱাৰ্ড আয়ুক্ত হিৰামণি গোস্বামী, দলীয় কাৰ্য্যকর্তা আৰু স্থানীয় বাসিন্দা সকল।