গোলাঘাটৰ এৰেঙাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত সৃষ্টিত হয় দুৰ্ঘটনাটো। উক্ত দুৰ্ঘটনাত দুজন বাইক আৰোহী গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাগ্ৰস্ত পালচাৰ বাইকখনৰ নম্বৰ এ.এছ০৫ জি ০২৬৩ । গোলাঘাটৰ দিশৰ পৰা ৰঙাজান অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাইকখনৰ চালকসহ আন গৰাকী মহিলা আৰোহীক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नागा सिनगी फाट्या जवळ दुचाकीस्वराचा अपघात,रुग्णालयात उपचार सुरू
नागा सिनगी फाट्या जवळ दुचाकीस्वराचा अपघात,रुग्णालयात उपचार सुरू
महात्मा ज्योतिबा फुले मंडी श्रमिक कल्याण योजना* *मुख्यमंत्री के नेतृत्व में श्रमिक कल्याण के लिए राज्य सरकार कृत संकल्प
मुख्यमंत्री श्री भजनलाल शर्मा के नेतृत्व में राज्य सरकार द्वारा मंडी श्रमिक कल्याण योजनाओं का...
চিলাপথাৰত জনজাতিকৰণক লৈ আটাছুৰ পুত্তলিকা দাহেৰে উত্তাল প্ৰতিবাদঃ
কেন্দ্ৰীয় কেবিনেটে কালি ভাৰতৰ পাচঁখন ৰাজ্যৰ ১২ টা জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰিলে , কিন্তু...
Watch: Kohli, Maxwell in intense rock-paper-scissors battle mid-review vs PBKS; AUS star has a million-dollar reaction
The Royal Challengers Bangalore registered a convincing 24-run victory over the Punjab...
કડી : LCBએ રેડ કરીને મકાનમાંથી વિદેશી દારૂના જથ્થા સાથે એક બુટલેગરની ધરપકડ
કડી માં અવારનવાર રહેણાંક મકાનમાં દારૂ ઝડપાય તે નવાઈની વાત નથી તેવામાં કડીના કરણનગર રોડ ઉપર LCBએ...