কেন্দ্ৰীয় কেবিনেটে কালি ভাৰতৰ পাচঁখন ৰাজ্যৰ ১২ টা জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰিলে , কিন্তু অতি পৰিতাপৰ বিষয় যে অসমৰ ছয় জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবী আজি পৰ্যন্ত পুৰণ নকৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ছয় জনগোষ্ঠীক প্ৰতাৰণা কৰিছে। ইয়াক লৈ আজি চিলাপথাৰ নগৰৰ মাজ মজিয়াত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কৰ্মী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ কাৰণে ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত গঠণ কৰা মডেলিটি কমিটিয়ে তিনিমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণত আগুৱাই নিয়া কেৱল নিৰ্বাচনৰ ইচ্ছুহে আছিল নেকি বুলি তেখেতলোকে প্ৰশ্ন তোলে ! জনজাতিকৰণৰ বাবে সম্পূৰ্ণ বৈশিষ্ট থকা পিছটো জনজাতিকৰণ প্ৰদান নকৰি বাৰে বাৰে এই ছয় জনগোষ্ঠীক প্ৰতাৰণা কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে আটাছুৰ কৰ্মীসকলে । আজি এই প্ৰতিবাদ স্থলীৰ পৰাই অসম আৰু কেন্দ্ৰীয় চৰকাৰক অনাগত দিনত যদিহে এই ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰে তেনে গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Rahul Gandhi Truck Video: Panchkula में कांग्रेस सांसद राहुल गांधी टाटा 407 की सवारी करते नजर आए
Rahul Gandhi Truck Video: Panchkula में कांग्रेस सांसद राहुल गांधी टाटा 407 की सवारी करते नजर आए
ગીર સોમનાથ પશુપાલન વિભાગ દ્વારા કુલ ૧,૮૭,૪૭૮ પશુઓમા વેકસીનેશનની કામગીરી પુર્ણ કરાઇ
સમગ્ર જિલ્લામાં ગત બે દિવસમાં ૪૫૦૦ કરતાં પણ વધુ પશુઓનું રસીકરણ કરાયુ
ગીર સોમનાથ જિલ્લાની અંદર પશુઓની ની અંદર લંમ્પ્સ વાયરસે ભરડો લીધો છે ત્યારે ગીર સોમનાથ પશુપાલન...
Tripura: BSF और संदिग्ध तस्करों के बीच मुठभेड़, गोलीबारी में एक की मौत; 1 घायल
सिपाहीजला। त्रिपुरा में सेपाहिजाला के सोनामुरा उपमंडल में बुधवार रात सीमा सुरक्षा बल (BSF)...
UPSC IFS Cut-Off 2022: यूपीएसससी आईएफएस मुख्य परीक्षा शुरू, जानें क्या रह सकता है इस बार का कट ऑफ
UPSC IFS Cut-Off 2022: संघ लोक सेवा आयोग की ओर से आयोजित भारतीय वन सेवा मुख्य परीक्षा, UPSC IFS...
Soren सरकार पर CM Yogi का बड़ा बयान, कहा- देश को औरंगजेब ने लूटा तो झारखंड को आलमगीर ने | Aaj Tak
Soren सरकार पर CM Yogi का बड़ा बयान, कहा- देश को औरंगजेब ने लूटा तो झारखंड को आलमगीर ने | Aaj Tak