ধেমাজি সদৰ থানাৰ আৰক্ষীয়ে আজি কিছুদিন ধৰি বহুকেইটা চুৰি মটৰচাইকেল গোচৰৰ সংক্ৰান্তত তদন্ত চলাই ৯ খন চুৰি মটৰচাইকেল উদ্ধাৰ কৰা লগতে ৩ জন মটৰচাইকেল চোৰ ক্ৰমে প্ৰাঞ্জল বৰমুদৈ ওৰফে প্ৰাঞ্জল বৰুৱা(৩১) ভৱেশ কাদং(৩৯)আৰু ৰাজীৱ বুঢ়াগোহাঁই(২৬)ৰ লগতে ৬ জন চুৰি মটৰচাইকেল ক্ৰেতা ক্ৰমে ডিম্বেশ্বৰ পেগু , ডক্টৰ কুটুম , টিপু দলে , নৰ্ৰমাল কুলি ,হিমাংশু কুলি আৰু মেঘনাথ মিলিৰ সৈতে মুঠ ৯ জনক ধেমাজি আৰক্ষীয়ে গ্ৰেপ্তাৰকৰিছে । মঙ্গল বাৰে দুপৰীয়া ১২ বজাত ধেমাজি সদৰ আৰক্ষী থানাত ধেমাজি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৌৰৱ আগৰৱালা , উপ- আৰক্ষী অধীক্ষক আবুটানী দলে আৰু ধেমাজি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিতেশ শৰ্মাই এক সংবাদমেল যোগে এই চুৰি মটৰচাইকেল উদ্ধাৰ আৰু ৯ জনৰ গ্ৰেপ্তাৰৰ সম্পৰ্কে অৱগত কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમીરગઢના કંસારાવીડ નજીક જુગાર રમતાં 5 શખ્સોને પોલીસે ઝડપ્યા
અમીરગઢ તાલુકાના કંસારાવીડ નજીક બાલારામ નદી પાસે જુગાર રમતાં પાંચ શખ્સોને પોલીસે ઝડપી લીધા હતા....
દાહોદ LCB પોલીસે ઘઉંની આડમાં લઈ જવાતો દારૂનો જથ્થો ઝડપી પાડયો2022 | Spark Today News
દાહોદ LCB પોલીસે ઘઉંની આડમાં લઈ જવાતો દારૂનો જથ્થો ઝડપી પાડયો2022 | Spark Today News
বাক্সাৰ চাপাগুৰিত পথৰ জৰাজীৰ্ণ ৰূপ*
*নিৰ্বিকাৰ চৰকাৰী জনপ্ৰতিনিধি*
Salbari_Bad condition Road
পথ নে পুখুৰী ভালকৈ ধৰিব নোৱাৰা বাক্সাৰ এটি পথৰ জৰাজীৰ্ণ ৰূপ৷ বাক্সাৰ...
સી.એન.વિદ્યાલય કપડવંજ મા "ડૉ. આંબેડકર શિષ્ટ વાંચન પરિક્ષા " યોજાઈ.
સી.એન.વિદ્યાલય કપડવંજ મા બહુજન સ્વાભિમાન સંઘ દ્વારા આયોજિત "ડૉ. આંબેડકર શિષ્ટ વાંચન...