যোৱা দুটা ৰবিবাৰে হৈ যোৱা তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ৩০০০০ নিবনুৱা যুৱক যুৱতীক চাকৰি প্ৰদান কৰিব ৩মাহৰ ভিতৰত ।

আজি ওদালগুৰি ত অনুষ্ঠিত হোৱা এক বিশাল জনসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে উল্লেখ কৰে যে অহা ছেপ্টেম্বৰ মাহত আৰু ৫তা কামণ্ড'বেটেলিয়ান আৰু ১০০০০(দহ হাজাৰ) নিবনুৱা যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰিব অসম চৰকাৰে ।

আৰু জানিব দিয়ে যে উক্ত নিযুক্তি প্ৰক্ৰিয়াত এক টকা ও ঘোচ নোলোৱাকৈ প্ৰদান কৰা হব নিযুক্তি । দুখীয়া ঘৰৰ লৰা-ছোৱালীয়ে পাব চাকৰি ।